সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ মিলন-সন্দিৰ

কৰিবলৈ আমাক হুকুম দিছে; আমি থাকে পালন কৰিছোহি। আমি এতিয়া এওঁক ৰটাড'মলৈ লৈ যামগৈ ; তাত ডিউকে fa হয় বিচাৰ কৰিব |

পুৰোহিত জনে কথাবাৰ্ত্তা শুনি তবধ মানিলে। কিছুপৰ

_ ভাবি চিন্তি কৈ উঠিল-- --জেৰাড' |

জেবার্ড নিমাত । তেওঁ তপলৈ মূৰ কৰিলে |

মার্গেবেটৰ মূৰত স্বৰ্গ ভাগি পৰিল। যি ডেক|-গাভৰুৱে ১* মিনিট আগেয়ে সমস্ত পৃথিবা সোণৰ ৰাজ্য বুলি ভাবিছিল, যি প্রেমিক যুগলে বৰ্ত্তমান আৰু ভবিষ্যৎ yay কথ| ভাবি ভাবি নিজক নিজে পাহৰিছিল, যি প্রেমিক প্রেমিকাৰ মন ব্বৰ্গীয় আনন্দৰ ঢৌৰে উপচি পৰিছিল, স্বৰ্গীয় মন্দাকিনীৰ সেঁতে পগলা কৰিছিল, সেই ডেকা-গাভৰু, প্রেমিক যুগলৰ ১০ মিনিট পিচত এনেকুর। বিচ্ছেদ | জেবার্ড আৰু মার্গেৰেট oral চকু-লো টুকিবলৈ ধৰিলে | ছুয়ো৷ নিমাত-__নিস্পন্দ। ৮ *

- পুলিছহতে জেৰাডক বাৰ্গোমাষ্টৰৰ ওচৰলৈ টানি লৈ গ’ল | বিনা বিচাৰে বার্গোমাষ্টৰে তেওঁক ফাটেকত স্মাই থলে। ত .

ৰ s * *

সেই কালত কাৰাবাস মৃত্যুৰ এট! সহ৯ উপায় আছিল। তেতিয়া কাৰাদণ্ড দিয়াৰ অর্থ_খুব ঢেঁচ| নিৰ্জ্জন ঠাইত ৰাখি শাৰীৰিক অত্যাচাৰ, অনাহাৰ আৰু কেতিয়াবা কেতিয়াবা হলাহল বিহ প্রয়োগৰ ব্যংস্থা |

ঞ্জেৰাৰ্ডৰ অস্তৰ ভাগিল। সকলো! আন্ধাৰ যেন লাগিল। অৱ- শেহত আঠু কাঢ়ি ঈশ্ববৰ ওচৰত says প্রার্থনা কৰিলে,=- _ AG দয়াময়! দয়া কৰ| অজ্ঞান জনক ! ও