সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম আধ্যা বিয়া

আদ গধূলি সকলো! He ate হ'ল । পিচদিনা ৰাতিপুৱা ওচৰত থকা গির্জা ঘৰত জেবার্ড আৰু মার্গেবেটৰ শুভ পৰিণয় কাৰ্য্য সম্পাদন কৰা হব | তাৰ নিমিত্তে নাই কোনো আয়োজন,--নাই কোনে! ঢোল পেপাৰ প্রয়োজন, নাই কোনো মঙ্গল উৰুলি ধ্বনি, নাই কোনো ধুম- a কেৱল দেশৰ এচলিত ৰীতি-নীতি ৰক্ষাৰ্থে খুব গুপ্তভাৱে -বিয়াৰ দিন| ৰাতিপুৱা ৮ মান বজাত বিবাহ-পত্র ( marriage bunns ) এচাৰ কৰা হ'ল--১০ বজাত বিয়| | বৰ্ম্ম পুৰোহিত নিযুক্ত হ’ল |

কথা বুলিলেই বতাহ | ই ইকাণ সিকাণকৈ castes হিংস্থুক ভাই-ভনী feats ate কর্ণেপিছৰ কাণত পবিলগৈ 1 হাততে সৌণালী সুযোগ নিগিল | সিহঁতে একেলৰে জমীদাৰ ঘাইছ | ব্ৰেটৰ ওচৰলৈ গৈ তিলকে তাল কৰি সকলো কথা তেওঁক জনালেগৈ । বাৰ্গোমাষ্টৰৰ পিশাচ মন নাচি উঠিল,--জালত পৰিলে বাঘ কোনে কৰে নীতিৰ বিচাৰ ? তেও ছিত্রা্ট আৰু কৰ্ণে লিছক যথোপযুক্ত পুৰস্কাৰ দি কাণে কাণে কিবা কৈ সিহঁতক বিদায় দি কলে,-- তোমালোক এতিয়া যোৱাগৈ, কিন্তু সাৱধান, এই কথা যেন কতো বিদিত নহয়।

ৰাতি পুরা দহ বজাৰ অলপ আগতে CHAE আৰু মার্গেৰেটে হাতত ধৰা ধৰিকৈ হাঁহি হাহি উলহ-মালহকৈ গি্জ্জাঘৰত উপস্থিত