মিলন-মনিদিৰ ৬৫
"কব নোৱাৰে৷ | চোর'-চোন, নবাধমইতে মোৰ ছমাহৰ পৰিশ্রম একমুহুর্ততে কোনকৈ নষ্ট কৰিলে | আহা, যি সুন্দৰ মখখন দেখিলে ভোক-পিয়াহ আঁতৰে, সেই মুখখন প৷পীহঁতে কেনেকুৱা কৰিলে! আহা ! এনে কাম কাৰ প্রাণে সয় মার্গেবেট | SASS মাত বন্ধ হ'ল--মার্গেবেটৰ ফালে একেথৰে চাই ৰ’ল।
মাৰ্গেবেটে হঠাৎ কৈ উঠিল,--পাপীহঁত এই নিৰ্জ্জাৱ ছবিখনে তহঁতৰ কি খালে! কি কৰিলে ? নিষ্ঠুৰহঁত ! ছিঃ, ছিঃ, তহঁতৰ অলপো| দয়| মৰম নাই ! বাৰু, যি মুখখন আজি চিয়াহী সানি তহঁতে কলীয়া কৰিছ, সেই মুখখন যাতে সদায় তহঁতৰ চকুৰ আগতে থাকে ময়ো তাকে কৰিহে এৰিম |
মার্গেৰেটে একে উশাহতে কথা কেবাৰ নিজে নিজে কৈ CMSs কলে,_মাষ্টাৰ জেবা (সইতে মোক যেতিয়! ইমানেই atl কৰে, মোৰ এতিয়া আৰু কোনো আপত্তি নাই । তোমাৰ লগত কাইলৈ মোৰ বিয়া হ’ক। শত্ৰুক পৰাঞ্জয় কৰিবৰ নিমিত্তে__শুভন্ত শীত্রম্__হোরাই শ্রেয়: |
জেবা ইমান বেলি অঠাই পানীত পৰি ককএবকাই আছিল যেন. এতিয়া তেওঁ উদ্ধাৰ হ’ল--অঠাই সাগৰৰ পৰা | যি হৃদয় এক মিনিট মান আগতে নিবাশাত বুৰিছিল, সেই হৃদয়ত এতিয়া আনন্দৰ ঢৌ খেলিবলৈ ধৰিলে |. মার্গেৰেটৰ পিনে চাই চকুতে চকু ৰাখি কৈ গল,-_সাঁচাকৈয়ে নে মার্গেবেট ?
-__মা্গেৰেট, স'চাকৈয়ে ? * 2 *
CHANCE” ভান-আইকৰ ঘৰলৈ ঢাপলি মেলিলে | c