সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ন্ৱম আখ্যা বিয়াৰ প্রস্তাৱ

OS® মণিং মিছ, মার্গেৰেট ?

জেবার্ডে মার্গেৰেটৰ পিচকালৰ পৰা শুভ ইচ্ছা জনালে ।

মার্গেবেটে তলমূৰকৈ কিবা-কিবি ভাবি আছিল। বাপেক ঘৰত

নাছিল কিবা কাৰণত বাহিৰৰ ফালে ওলাই গৈছিল, তেওঁ

একেবাৰেই উচপ. খাই উঠিল। তেওঁৰ গা জিকাৰ খালে |

প্রত্যুত্তৰ দিলে--গুড্‌মণিং মাষ্টাৰ জেবার্ড ! ক’ৰ পৰা আহিল| ? ঘৰৰ পৰা আহিশেশ মিছ, । তোমাৰ লগত এটা

ডাঙৰ কথা আছে--বাস্তৱিকে বৰ ডাঙৰ কথা আজি-- বাৰু বুজিছো, আগে বহা......

IS নিজৰ কথাতে বিভোল--বৰ ডাঙৰ কথ! মার্গেবেট, জীৱন মৰণৰ সন্ধিক্ষণম-- আজি এক শেষ বিচাৰব দিন--আজিৰ পৰাই জীৱন সোতৰ গতিয়ে ঠিক পথ লব.....

জেবাডবি কথা শেষ নহয়। তেওঁৰ Re হেৰাল--

মার্গেবেটৰ মনতে। উগুল থুগুল ভাৱ উপজিল। জেৰাডৰ মনোভার বুজি কলে,_

বাক, আগে বহা, পিচতো বৰ কথাটো কব! ৷

_কও বাৰু, যদি কাণ দিয়া |

_তাত আপত্তি কি? বাক শুনো, কোর ৷