ve মিলন-মন্দিৰ
চিত্র fave কোনো উন্নতি কৰিব নোৱাৰিব| ; কিন্তু তুমি যদি চিত্র বিদ্ধাৰ ঘাই ঠাই ইটালীলৈ যোৱাগৈ. তেন্তে তাত
তোমাৰ নাম ছুদিনতে ছাটি ফুটি যাব) তোমাৰ ধন-যশ, মান সকলো! বাট়িব।
জেৰাড'--এবা আই ! মোবে। ঈটালীলৈ যোৱাটো জীৱনৰ এটা ঘাই অভিলাষ। সক কালৰে পৰা সদায় ইটালীলৈ যাম বুলি কত আশা, কত হেপাহ ইমান কষ্ট সতিও পুহি আছে ॥ কিন্তু মেডাম বাট খবচেই হৈছে আচল বিধি-পথালি |
জেবাডৰ কথা শুনি ভান আইকে দুগুণ উৎসাহেবে জেবাড+% সাহ দি কলে-_কোনো ভয় নাই জেবার্ড। ইটালীলৈ যাওঁতে সামান্য ধন খৰচ হব, তাৰ নিমিত্তে তোমাৰ ইমান চিন্তা ভাৱন৷ ? বাৰু তাৰ বাবে মই দায়ী । তুমি আগৈয়ে মার্গেৰেটক ইটালীলৈ যাবলৈ মান্তি কৰোঁৱাগৈ; তাৰ পাচত যি যি কৰিব লাগে মই আছে । * *
- * ভানআইকে CHATS বহুতো
সাৰুৱা উপদেশ দিলে । কেনেকৈ নতুন চিত্র আকিবলৈ আৰম্ভ কৰিব লাগে, কেনেকৈ ৰহণ তৈয়াৰ কৰিব আৰু eg লাগে, কি কাৰণে সকলো চিত্ৰকৰে ৰহণ তৈয়াৰ কৰিব নেজানে আৰু দিবও নোৱাৰে, বা দিলেও চিত্র কুৎচিত হৈ যায় ইত্যা্ি ইত্যাদি এজন চিত্ৰকৰৰ সমুদায় লাগতিয়াল ভাল ভাল উপদেশ দিলে | কথা শুনি জেৰঁড” আনন্দিত হ'ল।
_জেৰাৰ্ডে হাহি হাহি বিদায় লৈ চেভেনবার্গেনলৈ বেশ দিলে।
ৰ