সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-মন্দিন্ৰ ৫৯

এইমাত্র যৌৱনত ভৰি দিছাহি; তোমাৰ গছৰ আগৰ সমান দিন কাপ আছ। এতেকে জেৰাড, তুমি সেই স্ুন্দবী, চৰিত্ৰৱতী জ্ঞানরতী মার্গেবটেক বিয়া কবোরা। শুভন্ত শীপ্বন._যিমান সোনকালে কাম সম্পন্ন হয়, সিমানেই শ্রেয়), তাৰ বাবে চেষ্টা কৰা, মই তোমাক পাবোমানে সহায় কৰিম |

ভান.আইকব আশ্বাস বাক্য শুনি জেবার্ডে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে | মন পাতল হ'ল । লাহে লাহে পিচত কবলৈ ধৰিলে,--মেডাম এটা কথা_মই পিহাৰ মাৰ-কিলৰ ব‘বে অলপো ভয় নকবেশ 1 কিন্তু তেওঁৰ খং উঠিলে তেওঁ লৰা তিৰোতা কাকো অপেক্ষা নকৰে । সেই নিমিত্তে ভাবিছে" যে যদি কোনো প্রকাৰে মার্গেবেটক বিয়া কৰাব পাবো, তেন্তে তেওঁক কোনো দূৰ দেশলৈ লৈ যামগৈ যাতে কেৱে কোনো খা-খবৰ নেপায় | আৰু সকলো গণ্ডগোল মিটি গলে ছুই এবছবৰ পিচত ঘৰলৈ আঠি আই বোপাইৰ ভৰিত পৰি ক্ষমা মাগিমহি। আপুনি কেনে দেখে ? আপোনাৰ পৰামৰ্শ কি ?

‘_ মার্গেবেটক tea কৰাবৰ নিমিত্তে জেৰাড'ৰ আগ্রহ আৰু তাৰ বাবে জন্মভূমি পৰিত্যাগ ক্ৰি যাবলৈকো যে কুণ্ঠিত নহয় এইবোৰ জানি শুনি ভান আইকে সব সন্তোষ পালে | cary th চাই হাহি এটি মাৰি কলে,-- মাষ্টাৰ জেবা উত্তম যুক্তি কৰিছ! oft চিত্র কলাত কার্ধ্যদক্ষ আক স্ুনিপুণ ; এতেকে তোমাৰ কোনো ভয় নাই। ইয়াত থাকিলে তুমি