সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ee মিলঅ-সন্দি

দেখিহে coals কথ| শেষ কৰিব নিদি কৈ উঠিল--কি দোষ জেবার্ড? এজনক ভাল পোৱাত কিবা দোষ আছেনে ? 'জেবার্ডে লাজতে তলমূৰ কৰিলে | তাকে দেখি তেওঁ CHATS অভয় দি কলে,_ একো ভয় নকৰিব| COAG | মার্গেবেট তেনেকুৱা সামান্য বিধৰ ছোরালী নহয় | মেডাম, মই শুনিবলৈ পাইছে যে কি শুনিছা জেবা? _মই শুনিছে! যে আপুনি ভৰ যৌৱনতে সকলো সাংসাৰিক সুর্বকে জলাঞ্জলি imei সেই নিমিত্তে__ ভান.আইকে জেবাডক কথা শেষ কৰিবলৈ নিদি কৈ " গ’ল--জেৰাড অৱশ্যে মই তেনেটো কৰিছে aol; কিন্ত কি কাৰণে তেনে স্বৰ্গীয় সুখৰ ফালে পিছ দিলে৷ জানানে? আৰু তেনেটে। কৰি কি ফল ভোগ কৰিব ধৰিছে"। 2 চোৱাচোন - cata সমনীয়া একোজনী তিৰোতাৰ কিমান লৰা-ছোৱালী নাতি পুতি হৈছে! কিন্তু মোৰ ফালে চোৱ|--মই অপুত্ৰকা Bam | আহা! কিহৰ নিমিত্তে মই সকলো স্ত্রী-সুখ, মাতৃ-স্থখ পৰিত্যাগ কৰিছে৷ জানানে? একমাত্র ভাই ককাইব নিমিত্তে ৷ তেওঁলোকে মোক যোরন কালতে অকলশৰীয়৷ কৰি থৈ সিপুৰীলৈ যাত্রা কৰিলে! হে প্রভু যীশু | তাৰ ফলত আজি মোৰ এই চিত্র বিদ্যা ৷ কিন্তু জেবাড তুমি এনে ভাৱ কেতিয়াও মনত ঠাই নিদিব| |

তোমাক সংসাৰ ত্যাগ কৰিব কবলৈ মোৰ বুকু কাটি যায়। তুমি