সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম A)

চেভেন বার্গেনত

জেবার্ড ধৰ্ম্মবাজক হব-_বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, লৰা- ছোঁৱালী সকলোৰে মুখে মুখে হল | জেবার্ডক কোনোৱে মৰম-প্রীতিৰ চকুৰে, কোনোৱে বাঁ গভীৰ শ্ৰদ্ধ৷“-ভক্তিৰ চকুৰে আৰু কোনোৱে বা fal দ্বেষ অগনিৰে ভৰা চকুৰে চাবলৈ ধৰিলে । জেবার্ডৰ মনত অপাৰ আনন্দ | তেওঁ মনৰ উলা- হতে ফুৰি ফুৰিবলৈ ধৰিলে | কোনো দিন সন৷|দ আশ্ৰনলৈ, কোনো দিন বা ভান.-আইকৰ ঘৰলৈ আৰু কোনো দিন বা লগ-সমনীয়াৰ লগত ঘুৰি-পকি ফুৰোতে যায় | এদিন গধূলি ফুৰি ফুৰি ঘৰ সোমাইছেহি মাথে'ন, এনেতে বাওনা জাইলে আঁধা। ফুটা মাতেৰে BAR দা তোক বিচাৰি আহিছিল। জ্বাইলৰ কথাৰ ওপৰতে কেটেও লৰি আহি দদায়েকৰ আঁচলত ধৰি কলেহি--অ, অঃ, wal কব পালে | আমাল জমী- দালে তোক নিবলৈ আহিছিল 1 জেবার্ডে সুধিবলৈ নৌ- পাওঁতেই জাইলে আকৌ কলে,--নহয় দ| দা, তোমাক এতিয়াই যাব দিছে ৷” সিহঁতৰ কথা শুনি,--বাৰু মই ata—