মিলন-ম fea ৪৩
জেবার্ডে আহিয়েই মাক বাপেকক যথাৰীতি সেরা জনালে 'আৰু কুণল বাতৰি আনি কলেহি। তেওঁলোকে moses ব্ৰহুদিনৰ মূৰত পাই আশীৰ্ব্বাদ কৰি জলপান আদি খুৱাই ননানান কথাবার্তা lara | জেৰোডে” প্রদর্শনীত কেনেকৈ প্রৱেশ ‘কৰিলে, তাত কি কি দেখিলে, কি কি বাটা পালে--সকলোকে ‘ভাঙি পাতি জনালে। মাক-বাপেক gai আনন্দতে উলহ "RAZ লগালে। CHATS” পোৱা ব'টাবোৰ ঘূৰাই-পকাই চাই ক্ষ্মানন্দতে জেৰাঁড'কি পিঠিত চপৰিয়াবলৈ ধৰিলে | এলিয়ে আনন্দতে আপোন পাহৰ| হৈ কেথেৰিণক কলে,--কেট, 'অলপ ববাচোন। মই আমাৰ ওচৰ চুবুৰীয়া বন্ধুবোৰক এই শুভ-সংবাদ কৈ আহোগৈ ।
বাপেকৰ মনৰ ভাব বুজি জেবার্ডে মাত লগালে,--পিতা, এয়ে কেৱল শুভ সংবাদ নহয়, আৰু আছে ।
--কি বাছা, কি আছে আৰু
বুঢ়া এলি চাহাব একেবাৰেই অধীৰ হৈ পৰিল , জেবাডৰ “মুখতে মুখ খন লগাই দিলেগৈ ৷
= পিতা, মোক মেৰী কুঁৱৰী আঠদেৱে প্ৰদৰ্শনীৰ পৰা “মাতি নিয়াইহিল। তেখেতে কৈছে--অতি সোনকালে হেনে] আমাৰ গাধীৰ ওচৰত মোৰ নিমিত্ত এটা গির্জা ঘৰ সাজি দিব আৰু মোক তাৰ ধৰ্ম্মমাঙ্গক নিযুক্ত কৰিব । তাৰ পিচত মই ক্রমে ধৰ্ম্ম পুৰোহিত হবগৈ পাৰিম ?