মিলন-মন্দিব ৩৯
AISA ডাঙৰ নগৰ । আমি ক’ত থাকোঁ৷, ক’ত নাথাকৌ তেওঁ কেনেকৈ জানিব ? বিশেষতঃ তেওঁ এবাৰ বাট হেৰুৱাই হাবাথুৰি খাই ফুৰিছিল !
উইলিয়ামে স্থুখিলে--কোন নেই বন্ধু জন জানিব পাৰোনে ?
মার্গেৰেট প্রথমতে নিমাত। কিছু বেলিৰ মূৰত কলে এতিয়া? প্রদর্শনীত যে আটাইতকৈ বহুমূলীয়া প্রথম বঁটাটো লাভ কৰিছে, সেই ডেকা চিত্ৰকৰ জনেই ৷”
অ, মাষ্টাৰ জেৰাৰ্ড । বাৰু সেইবোৰৰ বন্দংস্ত এটা কৰা হব, এতিয়া তোমালোক Tal 1 এই বুলি কৈ তেওঁ লগত অন! চাকবজনৰ ফালে চাই কলে-_হেৰ তই ইয়াতেই থিয়হৈ থাক; যেতিয়া এজন ডেকা চিত্ৰকৰ ইয়ালৈ আহিব, তেতিয়া তেওঁক ঘৰলৈ লৈ যাবি 1
কথাবাৰ শুনি মার্গেবেটৰ মনত আনন্দৰ বা এছাটি বৈ গ'ল, _যিকি নহওক, জেবার্ডৰ লগত দেখা দেখি:ক একে ঘৰতে থাকিবলৈ পাম !
তেওঁলোকে উইলিয়ামৰ পিছে সিহে Cus ললে।
বুঢ়া চাকবজনে ছুঘণ্টামান থিয়হৈ জেবার্ডলে বাট চালে-- কিন্ত জেবার্ড উলটি নাহিল | লাহে লাহে বুঢ়াক ম্দৰ ৰাগীয়ে আক্রমণ কৰি বিতত কৰিলে ৷ ৰাগী সহ্য কৰিব নোৱাৰি বাটৰ ওচৰতে বুঢ়া ধূণিত বাগৰি পৰি থাকিল । ইপিনে চকীদাৰ জনে জেবাড'ক একেবাৰে কুঁৱৰী মেবীৰ শোৱা কোঠালীত
উপস্থত কৰিলেগৈ। জেৰার্ডে ভক্তিভাৱে মেৰীক নমস্কাৰ ৰ