মিলন-ম নিব ৩৭
মার্গেৰেটে উত্তৰ দিলে _বাক দেখ! যাব । আপুনি অন্যান্য ব্ষিয়ত হলে খুব win, কিন্ত এই বিষয়ে যেন আৰু কথা নাপাতে।
ক * * *
ভোবার্ড আৰু মার্গেবেট ছুয়ো হাতত ধৰাধৰিকৈ বহিল।
- ক্রমে পহিম আকাশত বেলি মাৰ গ'ল। জ্ৰেড'ৰ অন্তৰ
বাজ্যতো যেন কিবা এটি উঠি অহা অফুট জ্বলন্ত ভারে মাজতে বাধ! পাই বুৰ মাৰিবৰ আগন্তক কৰিলে ।
Caw আমন-জিমনকৈ কিছু সময় তাতেই বহি থাকিল | এনেতে এজন বুঢ়া চকীদাবে CSAS আৰু মার্গেবেটৰ ওচৰ চাপি ‘সুধিলেহি,-- ইয়াত জেনা্ড নামে কোনোৱা চিত্ৰকৰ এজন আছেনে ? জেবাড” আৰু মার্গেবেটে চমক খাই সাৰ পালে। ইজনে সিজনলৈ চোৱা-চুই কৰিবলৈ ধৰিলে। চকীদাৰ ভনে জেৰ'ড'ক অনুমানতে চিনি পাই স্নুধিলে--আপুনিয়ে নে মাষ্টাৰ জ্ৰোৰ্ড ডাঙৰীয়া ?
জেবাড_ a] ময়েই $ কেলেই ?
-=-আপোনাক কুঁৱৰী মেবী আইদেৱে মাতি পঠিয়াইছে, মোৰ লগতে এতিয়াই তেওৰ তালৈ বাবগৈ লাগে। উঠক।
জেৰার্ডে লাহেকৈ মার্গেবেটৰ চকুলৈ চাই হুমুনিয়াহ এটা পেলাই, মন্ত্ৰ-মুগ্ধ ভেড়াৰ দৰে বুঢ়া জনৰ পিছে পিছে খোজ ললে।
অলপ বেলিৰ মূৰতে জন, উলিয়াম এজন চাকৰে সৈতে পিটাৰ আৰু মার্গেবেটৰ ওচৰ চাপিলহি আৰু বুঢ়া জনক