সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫ মিলন-সন্দিৰ

জেবার্ড-_কেলেই, এডাল বুঢ়া দেউতাৰ বাবে আৰু এডাল তোমাৰ আক--»মার্গেৰেটে মিচিকিয়া হাহি এটি মাৰি জেৰোড'ক আৰু কবলৈ নিদি কলে,_কি? কি? জেবাডেও কথাৰ গম পাই, ততক্ষণাত Bq সলাই কলে,--আনটো| (তোমাৰ নিমিত্তে আনিছো । বদি অনুগ্রহ কৰি সেই ডাল এতিয়া মোকো দিয়া তেনেহলে__

--মাষ্টাৰ জেবাড$ভীল নাপালেশা । এই নলৰ ঠাৰিডাল আপোনাহেহে, মোৰ কেনেকৈ হব ? আপুনি ইমান কষ্ট কৰি অথনি সৌ পথাৰৰ ai কাটি আনিছে ।

_অবশ্যে, মই আনিঠো- সেই বাবেই ই মোৰ ৷ কিন্তু এতিয়া তুমি তাক মুখত দি চুৱা কৰিলা নহয় নে? সেই নিমিত্তেই ই এতিয়া সম্পূর্ণ তোমাৰ |

কথা শুনি মার্গেবেটৰ মুখ ৰঙা পৰিল | ভৰা-পুথুৰীৰ মাপ্ত চন্দ্ৰোদয়ৰ সময়ত ফুলি উঠা পদুমপাহিটি যেন হৈ উঠি" জ্ৰোড'ৰি ফালে চাই কবলৈ ধৰিলে,-- মাষ্টাৰ জেবাড ইয়াত আপোনাৰ সম্পূণ স্বত্ব আছে। আপোনাৰ বস্তু আপুনি নিয়ক ৷ যি বস্তু বিনাবাক্যে কাঢ়ি নিব পাৰে তাৰ নিমিত্তে ইমান কাবৌ-কাকৃতি কিয় আকৌ ?

জেবা মুখ ক'লা পৰিল ৷ তাকে দেখি মার্গেৰেটে হাহি এটি মাৰি আকৌ কলে--ক্ষমা কৰিব মাষ্টাৰ জেবাড বাৰু এইটো মোৰ ৷ তেনেহলে আপোনাক এতিয়া ধাৰলৈ দিলে| ৷