সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ মিলন-মনিৰ

আছেনে যে তেওঁ যদিও এজন সম্ভ্ৰান্ত পুৰুষ তথাপি তেওঁ নিশ্চয় দীন-দবিদ্র-অনাটন-অভার-পীড়িত ? আকৌ সেই ছোরালী Satta চোঁৱা,--তাইৰ গাত ৰঙা কাপোৰৰ নিচেই কম দামৰ চেমিজ এটা আৰু তাৰ ওপৰত চাবিও কাষে সোণৰ কাম কৰা জেকেট এটা মাথোন | মূৰৰ ওপৰত পাট আদি বহু মুলীয়া কাপোৰৰ কোনো আৱৰণ নাই ৷ বপৰ গুণাৰে তৈয়াৰ কৰা এখন সুন্দৰ জাল (net work of silver ) জিলিকি আছে |

বুঢ়া আৰু জীয়েক ছয়ো দুখ মনেৰে কিবা-কিবি ভাবি বহি আছিল | পলৰ foe পল, দণ্ডৰ পিচত দণ্ড, ঘণ্টাৰ পিচত ঘণ্টা পাৰ হৈ গ'ল। কত-শত নৰ-নৰী সেই বাঁটেদি অহা যোৱ| কৰিলে, তথাপি কোনো মানুহৰে সেই দুখীয়া fagal মানুহ হালৰ ওপৰত চকু নপৰিল |

বাটেদি যাওঁতে মাষ্টাৰ জেৰাৰ্ডৰ চকু সেই চকু-লে| টুকি থকা গাভকজনীৰ আৰু ওচৰতে তলমূৰকৈ বহি থকা বুঢ়াজনৰ ওপৰত নপৰাকৈ নাথাকিল ৷ তেওঁ তেওঁলোকৰ পৰা কেই খোজ মান আগ বাঢ়ি গৈ কিবা ভাবি আকৌ পিচহুইকি আহিল আক বুঢ়াজনৰ ওপৰত চকু জোৰ থাপি স্তধিলে--বুঢ়াদেউ, আপোনালোক ইয়াত কিয় এনেকৈ বহি আছে? উত্তৰলৈ অপেক্ষা কৰি জেৰাৰ্ডে বাট চাই থাকিল ৷ বুঢ়ানে বহু বেলিৰ মূৰত আখধাভগ| মাতেৰে উত্তৰ দিলে--বোপাই, লঘোনে-ভোকে