১৬ : সিলন-মন্দিব্ব
নিমিত্তে চিত্র আ কিবলৈ জেবার্ডক বথেষ্ট উপদেশ আৰু উৎসাহ দিলে ।
যথা সময়ত ভেৰাৰ্ডে কেখনমান ধুনীয়া ধুনীয়| ছবি আঁকি চিত্র প্রদর্শনীলৈ যাবৰ নিমিত্তে প্রস্তুত হ’ল। যাবৰ আগদিনাখন ৰাতি ভান্ আইকে বটার্ডমব ৰাজকুঁৱৰী মেৰীলৈ জেবার্ডৰ বিষয়ে লিখি এখন চিঠি দিলে ৷ পিচ দিন৷ ৰাতিপুৱা তেওঁ ভান্ আইকৰ চিঠি আৰু পাথেয় সমল লগত ললে আৰু আনন্দ মনেৰে ভান্ আইকৰ বিদায় আশীষ লৈ কটার্ডমলৈ বুলি ৰাৱণা হল | * * *
টাৰ্গে| নগৰৰ পৰা দ্ুমাইল মান আতবত আলিৰ দাতিত এজন Jbl মানুহ) ওচৰতে এজনী ষোড়শী গাভৰু--কিবা-কিবি ভাবি বহি আছিল । চেহেৰা আৰু কাপোৰ-কানিৰ পৰা ‘মানুহজনক কোনো সন্তান্ত পুকৰ যেন লাগিল। বগা চুলি, সিব-উঠা কপাল, অশান্তি ভবা জীৱনৰ প্রতিবিম্ব, টোটোৰ৷ - পৰা মুখব চেহেৰা আদিৰ পৰ| তেওঁক এজন বাস্তৱিকে দার্শনিক পণ্ডিত যেন লাগিল 1 গাত এটা দীঘল হলৌ চোলা, মূৰত এটা ভেলভেট কাপোৰৰ টুপী, ডিঙিত এডোখৰ লোমৰ কাপোৰ, ভৰিত বোকাৰে বগা পৰি থকা বুটজোতা এজোৰ, কিন্তু সাজ- পাৰবোৰ তেনেই মলিয়ন আৰু aT । কাষলতিৰ তলত ওলমি থকা ছালৰ পইচা থোৱা মোনাটো! তেনেই খালি-- চেপেটা হৈ আছে ।, তেনেহলে এতিয়াও বুজিবলৈ বাকী