See আশয় প্রথম দেখা
আদ তত্বাৱধান আৰু আদৰত থাকি জেবার্ড অলপ দিনৰ ভিতৰতে এজন জনা-শুন। চিত্ৰকৰ হৈ উঠিল--নিতে৷ নতুন নতুন ধুনীয়া ছৱি আঁকিবলৈ ধৰিলে ৷ জেৰাৰ্ডৰ cre বুদ্ধি আৰু কাধ্যকুশলতা দেখি ভান্ আইক আনন্দিত হ’ল | 2 কিছুদিন যোৱাৰ পিত বটার্ডম ৰাজ্যৰ ডিউক, ফিলিপে সকলো দেশ বিদেশলৈ দূত পঠাই ঘোষণা কৰি দিলে,--যি চিত্ৰকৰে খুব ভাল ছবি আঁকি অহা প্রদর্শনীত দেখুৱাব পাৰিব, তেওঁক এটা বহু মূলীয়া বঁটা দিয়া হব। এই কথা দেশজুৰি বিয়পি পৰিল । কত শত চিত্রকৰে এই বাতৰি পাই ধুনীয়া ধুনীয়া ছবি আকিবৰ চেষ্টা কৰিলে, কিন্তু cw অতি অলপ সংখ্যক চিত্ৰকৰহে প্রদর্শনীলৈ অগবাঢ়িল। চিত্র প্রদর্শনীৰ নাম শুনি জেবার্ডবো মন নাচি উঠিল | ততালিকে AEA ভান-আইকৰ ওচৰত তেও সকলো! ক্থা জনালেগৈ | ভান-আইকে ডেকা জেৰার্ডৰ নতুন উৎসাহ আৰু উদ্যম দেখি তেওঁক শত শত ধন্যবাদ দিলে আৰু এই প্ৰদৰ্শনীত যাতে তেৱেঁই বঁটা লাভ কৰিব পাৰে, তাৰ