সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-মলিৰ ২৩০

আদি cate মার্গেবেট, প্ৰেমিক--প্ৰেমিকা, সন্যাসী--

সন্ন্য৷সিনী,--য’ত কাম, ক্রোধ, লোভ, মোহ, হিংসা আদি

ছয় ৰিপুৰ তাঁড়ণা নাই, ত’ত চিৰকালৰ নিমিত্তে-্চিব শান্তিৰে সেই শেষ মিলন-মন্বিৰত--চিৰ মিলন হ’লগৈ | তযু ইচ্ছা পূর্ণ হওক হেৰা দয়াময় |

ও শান্তি! শান্তি [[ শান্তি i