২২৭ মিলন মন্দিৰ
ort মাত্রও নাই । ইয়াত আছে কেৱল গৰম পৱিত্ৰ গার ax গীতি । তাৰ নিমিত্তে মোৰ ইয়াতো কোনো দ্খ নাই, Protest কোনা দুখ কষ্ট নাই | আপুনি নিজেই ভাবি চাওক--এটা যদি বৰ মৰমৰ বিশ্বাসী কুকুৰ গৰাকীৰ eos মৰি পৰি থাকে তেন্তে তাৰ বাবে গৰাকী কিহৰ জগৰীয়া ? fern ভোগৰ, নে ইন্দ্ৰিয় সম্ভোগৰ ? তেনেহলে মোঝো সেই অৱস্থা, সেই ‘একে কথ। | বিষয়েই মোৰ প্রাণ ৰক্ষা কৰিছে, বিষয়েই মোৰ আত্ম|ক অন্তহিত কৰাইছে। মাগেৰেট এজনী স্বৰ্গীয়া দেৱী আছিল। তেওঁ মোৰ জীৱন ৰাখিছে, তেওঁ মোক যাগ-যজ্ঞ, দান-মান আদিৰ পৱিত্ৰ কামত সৰ্ব্বতোভাৱে, সৰ্ব্বান্ধ:ক্ৰণে, প্রাণপণে সহায় কৰিছে | মাগেৰেট লগত থকা বাবেই, মই মোৰ পৱিত্ৰ কর্তব্য কামত সাহস পাইছিলো. বল পাইছিলেশ, ইমান আগ- বাঢ়িব পাৰিছোঁ ৷ ইমান দিন একেলগে কাম কৰি এতিয়া অকলে খোজ দিব নোৱাৰে ফাদাৰ 1 যদি বিশ্বাস কৰে তেন্তে মই মহাপ্রভুব একো দোষ কাম কৰা নাই। প্রভুৰ ইচ্ছা মোক সোনকালে, মুক্ত কৰক [****** যেতিয়া সিহঁতে তেওঁৰ FAT গুকম্ গুৰুম্কৈ মাটি পেলাই দিবলৈ ধৰিলে, মোৰ অন্তৰ ভাগি গ’ল ফাদাৰ ! মোৰ অনুমান হ'ল-- বুকুৰ এই ডোখৰ যেন দুফাল হ’ল, জীৱন জৰী ছিগি ছখণ্ড হ’ল। সেই সময়ৰ পৰা মোৰ আহাৰ fan সমস্ত পৰিত্যাগ | এতিয়া আকৌ মন নাচি উঠিছে। প্রভু মোৰ