মিলন-ম্ন্দিন ২২৪
দিলে, এনেতে জেৰাডে চিঞৰ মাৰি উঠিল ৷ জোবিয়ানে অবাক হৈ তেওঁৰ ফালে চাই দেখে যে জেবাডে বুকুত হাত খন দি কঁপিবলৈ ধৰিছে। ঞ্চোৰিয়ানে ওচৰৰ পৰা ছুজন মান মানুহ মাতি আনিলে আৰু সকলোৱে ধৰাধৰিকৈ জেবাডক গিৰ্জ্জীৰ ভিতৰলৈ নিলে ৷ তেওঁ জোবিয়ান ফালে চাই চকু মুদি কঁপা স্থৰেৰে কলে--জো'বয়ান, জোধ্য়ান! মোৰ অন্তৰ ভাগিল! এই যে, এইপিনে মই নিজে শব্দ শুনিলেশ_ চোরশহি ইয়াতে-- ॥ বুলি হাতেবে বুকুখন চেপা মাৰি ধৰিলে । = * * * গোদাৰ পৰা অলপ আতৰতে ডমিনিকান, কন্ভেণ্টৰ গিৰ্জা কিছুদিন আগেয়ে তাৰ ক্রায়াবজন Gata | সেই 'দেখি সম্প্রতি নতুনকৈ আন এজন পাবদর্শী Hala নাহে মানে ব্ৰাদাৰ এম্ ব্ৰোচৰ গাতেই কন্ভেন্টৰ ভাৰ আছিল | ; আজি পোন্ধৰ দিনমান হ'ল-_জীর্ণ-শীর্ণ বিবর্ণ ব্ৰাদাৰ ক্লেমেণ্ট ডমিনিকান, কন.ভেপ্টত এম্ত্রোচৰ তত্বাৱধানত আছেহি | তেওঁৰ ভয়ানক জ্বখ--উঠিবই নোরাৰে। যি কনভেণ্টত তেওঁ জীৱনৰ আৰম্ভণতে ধর্মমধাজক হম বুলি. এদিন প্ৰতিজ্ঞা কৰিছিল কিন্তু দৈৱ দুৰ্ব্বিপীাকত পৰি কোনোটোকে ঠিক কৰিব নোৱাৰি চাৰিওপিনে পৰিৰৰ্ত্তনশীল সংসাৰ চক্রত gla ফুৰিলে, -=-আজি জাৱনৰ তয়া-ময়া যুজত তত নাপাই অরশেহত শান্তিৰে মৰিব পাৰিম বুলি আকৌ সেই কন,ভেণ্টৰ আশ্ৰয়তে