সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১১ মিলল্-মন্দিৰ

fete মাৰি থাকি৷ আকৌ কলে,- মোৰ মৃত্যুকালৰ অনুৰোধ এটি ৰাখিবা নে? ৃ _নিশ্চর,। নিশ্চয় ৱাখিম । জেবাডে খিনাবাক্যে তাত মান্তি হ'ল আক বিবাহ খতখন আৰু মেৰীৰ ছবিখন তেওঁক আনি দিলে । মার্গেবেটে দুয়োখন বুকুৰ মাজত সুমাই ললে-। তাৰ পিছত তেওঁ কবলৈ ধৰিলে, _তেনেহলে প্রভু, মোৰ মৃত দেহ কাকো ছুবলৈ নিদিবা, তৈনে কৰিলে মোৰ এই দেহা অন্তর্থিত হব । মোৰ কাপোৰ-কানি- বোৰ নষ্ট হৈছে, সকলোকে মোৰ লগত কিছু দকৈ পুতিবা কিন্তু সিমান দকৈ নহয়, যাতে তুমিও এদিন মোৰ. কাবতে চিবনিদ্রা যাব পাৰ৷ | মোৰ সমস্ত শবাৰতে cast দাগ উঠিছে কিন্তু মুখখনত এতিয়াও দেখ; দিয়া নাই চাগৈ, এতিয়াহে দেখা দিব | তুমি আকা মোৰ ছবিখন তোমাৰ চকুৰ আগত ae থোরা আৰু সেইফালে চাই থাকা, মোৰ কালে আক নাচাবা। মৃত্যুৰ পিছত মে'ৰ সুখব ঘি কদাকাৰ আকৃতি হব, CARL] যেন GA নোচোৱ|--তোমাৰ অন্তৰত যেন মোৰ সেই গাভৰু কালৰ ছবিখন হে আকা থাকে। প্রানৰ জেবা! জেবার্ড! আৰু বেছি সময় নাই, ক্ষমা কৰিবৰা । মোৰ সমস্ত শবীৰ ভালকৈ কাপোৰেৰে ঢাকি দিয়া আক মোৰ শবীবৰ পৰা প্রাণ-পক্ষী বাহিৰ হোৱা মাত্রেই এই মুখমোগ খনেৰে মুখখন ঢাকি থবা__সেইকালে নাচাব| । তুমি এইবোৰ = কৰিবানে ? প্রতিঙ্গা ক্ৰা।