“i
১১৩ মলিন, aie
হ'ল, SCA অন্তৰৰ পৰা যেন কোনোরাই ‘এটি বহুমূলীয়া ৰ্ত্ন বাঠিব কৰি নিব খুর্সিলে ! সি যি কি নহওক এতিয়া তেওঁ মানুহ হলে নচলিব; তেও যে এজন ধৰ্ম্ম-পুৰোহিত- ধৰ্ম্ম- যাজক | বহু বেলি ভাবি-চিন্তি আত্ম-সংঘমকৈ কলে--মই অন্তৰ্য্যামী বা ভবিব্যৎবক্তা নহওঁ; কাজেই তোমাক মই সেই বিষয়ে কোনো পৰামৰ্শ দিব নোৱাৰে৷ 1 কিন্তু যদি লাগে core ময়ে তোমাৰ বিয়াত বিবাহমন্ত্ৰ পাঠ কৰিম, হোতা হম, ভাল বেয়া সমুদায় তোমাৰ হাতত ৷ মই বেখিছে৷ তুমি এই কেই মাহ বৰ কষ্টেৰে কটাইছা, তোমাক সুখী দেখিলে মই বৰ
“সুখী হম. সন্তোষ পাম ।
মার্গেৰেটে তাৰ উত্তৰত--অসন্তুষ্ট মন নুখীয়েই বা হয় কেনেকৈ ?--বুলি কৈ এফলীয়াকৈ আতৰি গৈ আঠু কাঢ়ি ‘aaa ওচৰত কৰযোৰে প্ৰাৰ্থনা আৰম্ভ কৰিলে, _ প্রভ্ | অৱলাক দিয়া বল--"ক্ষমা অপৰাধ মূৰুখ জনৰ! স্বামীৰ-চৰণ চিণ্তি যেন তোমাৰ পৱিত্ৰ নামত জাৱন কটাব পাবেশ প্রভু I!
জেৰাডেও আঠু কাঢ়ি ঈশ্ববৰ ওচৰত প্রার্থনা কৰিপে,_ প্রভু । নিৰ্ববলীক দিয়া বল--ক্ষম| অপৰাধ, নির্দোষী জনৰ |