সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১১ ৰ * মিলন-মন্দিৰ

দ্বিতায়তে তেওঁলোকৰ কেঁচুৱা জেবার্ডৰ ( এতিয়া ডাঙৰ দাঘল হৈছে) বিষয় কি কৰ| যায়, এই বিষয় লৈ space হয়। নানা জনে নানা মত দিলে, কিন্তু বুদ্ধিমতী মার্গেৰেটৰ বুদ্ধি অনুসাৰে কেঁচুৱা ভেবার্ডক য়ুৰোপৰ ভিতৰত বিখ্যাত স্কুল ডেভেনছাৰলৈ পঠোৱা হ'ল ১. তাত জেবার্ডে অধ্যয়ন আৰম্ভ কৰিলে | ৮ ই

তৃতীয়তে-_যোড়শ শতাব্দীত পুৰোহিতবোৰে যিমানদূৰ পৰা যায়, চিৰকৌনাৰ ব্ৰত পালন কৰিব লাগিছিল। তাৰ Pies অসহনীয় আৰু যুক্তিসঙ্গত হলে ঘৰ-সংসাৰ কৰি্বিও পাৰিছিল। এই প্রথা পঞ্চদশ শতাব্দীত জেৰার্ড ‘, আৰু মার্গে- abl সময়ত প্রচাৰ কৰিবৰ আয়োজন চলিছিল | কিন্তু জ্ৰোৰ্ডে যেতিয়া বুকু ডাঠি কলে,-- চিবকৌমাৰ ব্রত ধৰ্ম্ম-যাগকৰ আজীবন ব্ৰত, তাৰ অন্যথা হব নোৱাৰে; মই হয় চিৰ- কৌমাৰ ব্রত পালন কৰিম, afar কৰিম, নহয় তাৰ অন্যথ|. কৰি পৱিত্ৰ ধৰ্ম্মত চিবকলীয়া কলঙ্ক সানিম । তেতিয়! সেই আন্দোলন তল পৰিল। এই দৰে জেবার্ডে নানা ৰকম আলাই আপদৰ মাজেদ দিন নিয়াব ধৰিলে |

এদিন কেথেৰিণে মার্গেবেটক ছুখমনে বহি থকা দেখি স্থুধিলে,--মাৰ্গেৰেট, cea তোমাক আকৌ ভাৰ্য্যাৰূপে গ্রহণ নকৰে, আৰু কৰিবও নোৱাৰে--ঠিক হৈছে। এতিয়া তুমি চিৰকাল অকলে অকলে নহয় জীয়াৰী, নহয় বোৱাৰী, নহয় বিধবা--এইদৰে থাকিবানে? মই হলে এনেকুৱ| নকৰিলে te