সিলন মন্দিৰ ২১০
তত্বাৱধানত অতি কষ্টেৰে দিন কটালে। শেহত্ যি প্রেমিক- প্ৰেমিকা--স্বামী-ভাৰ্য্যাৰ সি চিৰবিচ্ছেদ ঘটাইছিল, তেওঁলোকৰ পৱিত্ৰ হাতৰ মাজত মূৰ লুকাই সিপুৰীলৈ যাত্ৰা, কৰিলে ৷ তাৰ পিছৰ বছৰত মার্গেবেটৰ ঘৰত fate পিটাছন আৰু ৰেইক হেইনৰ বিয়া মহাসমাৰোহেৰে হৈ গ'ল। ৰেইকৰ পৰা পিটাছনে বহুতো ধন সম্পত্তি পালে। অৱশেহত প্ৰেম , পাগল লিউকে জীৱনৰ শান্তি লভিলে | ১৪৭৬-৭৭ খৃঃ--এই দুবছৰত ভেবার্ডে নানা ৰকম বিধি পথালি অতিক্রম কৰিব লগা হয়| এই বিপদৰ সময়ত ' মাৰ্গেৰেটেই জেৰাড'ৰ একমাত্র সহায়। জেবাড? তাক্ষ বুদ্ধিৰ আছিল সঁচা, কিন্তু তেনেকুৱা কাধ্যপঢ়ু নাছিল। মার্গেৰেট বুদ্ধিমতী, অৱশ্যে জ্ৰোড'ৰ নিচিনা নহয় কিন্তু ইপিনে ভয়ানক কাধ্য-নিপুণা । তেওঁৰ সহায়তে জেৰাডে” সকলে| বিপদ আপদ অতিক্রম কৰিব পাৰিছিল। মার্গেব্টে জেবাড'ৰ জীৱন-মৰণ -সঙ্গিনী 1 মার্গেবেটৰ নিমিত্তেই তেওঁ নিজৰ বংশ মৰ্য্যদা, কুল মান এৰি ঘৰ এৰিলে, ফাটেক খাটিলে, জন্মভূমি ত্যাগ কৰি
- ফকিৰ সন্ন্যাসী হ'ল ! acta অবিহনে তেওঁ শক্তিহান,
জাৱন হীন, নিৰ্ব্বাক, নিস্পন্দ | জেবাৰ্ড এটা ইঞ্জিন, মার্গেৰেট সেই ইঞ্জিনৰ গতি শক্তি! প্রথমতে পোপ, আক ফ্রালিস্কান বোৰে লগ.লাগি ধৰ্ম্মশাস্ত্ৰৰ কিবা পংক্তি এটা agate লগাব খুজিছিল কিন্তু জেৰাডে তাৰ বিৰুদ্ধে আপত্তি তুলিলে আৰু চতুৰী বুদ্ধিমতী মার্গেবেটৰ সহায়ত তেওঁৰেই জয় হ’ল।