মিলন-মন্দ্ৰিৰ er
বক্তৃতা দিলে । তাত ওচৰ-চুবুৰীয়া গাওঁ-ভূ"ইবোৰৰ পৰা ধনী নিধনী, age, বুঢ়াবুঢ়া, লৰা-ছোৱালী হাজাৰে হাজাৰে conta গির্জাৰ সমুখৰ পথাৰ ভৰি পৰিলহি । জেৰাড'ৰ মধুৰ স্বৰ, সুললিত সুবৰ তেজিয়াল বক্তৃতাত সকলো মোহিত হ'ল। সকলোৱে জেবার্ডক ধইন ধইন কৰিবলৈ ধৰিলে ৷ দুপৰীয়া সভা ভঙ্গ হ’ল--সকলে| ঘৰাঘৰি গ'ল |
চতুত্রিংশ আধ্যা মার্গেবেটৰ দীক্ষা
ভমীগি যি সময়ৰ কথা! কৈছে৷ সেই সময়ত ইংলেগুৰ সিংহাসনৰ উত্তৰাধিকাৰী চতুর্থ এডৱাৰ্ড" ৰজা wai কিন্তু তেওঁ তাত ৰেছিদিন ৰাজত্ব কৰিব নোৱাৰিলে । তেওঁক আন এজন প্রতিদ্বন্দীয়ে সিংহাসনচ্যুত কৰে আৰু চতুৰ্থ এডৱাৰ্ডে অতি কষ্টেৰে বনবাস খাটে । বার্গেন্দিৰ ভিউকে চতুৰ্থ এডৱাড'ৰ ভনীং্কেক বিয়| কৰ৷ইছিল। ১৪৭১ খৃঃত এডবাডৰ ভনীয়েকে তেওঁৰ গিৰীয়েক ডিউকৰ গুপ্ত সন্মতিক্ৰমে ককায়েকক বহুত
সৈন্য সামন্ত, টকা কড়ি দি সহায় কৰিলে । সেই বলতে
বলীয়ান হৈ এডৱাৰ্ডে ইংলেণ্ড আক্রমণ কৰিলে 1 এই WANT বার্গেন্দিৰ সৈনিকৰাঁজ আমাৰ ডেনিজৰে! ডাক পৰিল। ডেনিজ