মিলন-মন্দিৰ ২.৬
ললে। শেহত অগত্যা এবাৰ নোৱাৰি এদিন বেইকে কলে. --হ’লি ফাদাৰ, আপোনাক আমনি কৰিবলৈ মার্গেবেট আইদেউ আৰু ইয়ালৈ নাতে।
জেৰাৰ্ডৰ হৃদয় ভাগিল--দুচকু ভবি চকু-লো ববলৈ ধৰিলে! ভালেবিনি সময় আকাশ-পাতাল, ভাবি সন্ধিয়| আবতিৰ ঘণ্টা পৰাত তেওঁ লাহেকৈ উঠি প্রার্থনা ঘৰত সোমালগৈ |
- * * *
এদিন এখন গাড়ী লগতলৈ জেবার্ডে নিজে মার্গেবেটৰ ঘৰত বটার্ডমত উপস্থিত হ'লগৈ । গাড়াখন বাটতে ৰাখি ঘবলৈ উঠিগৈ মার্গেবেটক স্থুধিলে,--প্ৰিয়| মার্গেবেট ! এইবোৰ আকৌ কি? তুমি তোমাৰ পৱিত্ৰ সংকাধ্যৰ পবা সদায় এনেকৈ আতবৰি থকা কিয়? আমি আটায়ে তোমাক প্রত্যেক দিন বাট চাই থাকে৷, কিন্তু তোমাৰ দেখোন কোনো খা-খববেই নাই, কাৰণ কি?
মার্গেবেটে লাহেকৈ গম্ভীৰভাৱে উত্তৰ দিলে,_ তুমি মোক, প্রতিজ্ঞা কৰাইছিলা নহয় নে?
জেবার্ডে চমক খাই উত্তৰ দিলে,__কি? অ+ যেতিয়া মই সন্ন্যাসী ভেবা আছিলো |
নাক, থৈ দিয়া। মুঠতে তুমি মোক প্রতিজ্ঞ! কৰাইছিলা।
- বাৰু তেন্হেলে যি কৈছিলে, এতিয়া সকলোকে পাহৰি
পেলোৱ|--ক্ষম| কৰ৷ পাগলব কথা শুনেই বা কোনে ? বোধ হয় তেনেকৈ আৰু কিছুদিন থকা হলে মই মহামূর্খ হলে"- হেঁতেন। তুমি মোৰ একমাত্র পৰম হিতৈষী বন্ধু। তোমাৰ ৰাহিৰে এই aS মোৰ আৰু দ্বিতীয় বন্ধু নাই ॥