মিলন-মন্দিক _ ২০৪
চোতাল ভৰি পৰিছেহি । জেবৰার্ডে আনন্দতে নাচি উঠি কব ধৰিলে--প্র_, তোমাৰেই অনস্ত মহিমা! তোমাৰেই সকলো! দয়া | Bal তোমাৰেই ইচ্ছা ৷
- * * * ৰ
জেবার্ডৰ মন দিনে দিনে প্রফুল হৈ আহিবলৈ ধৰিলে । তেওঁৰ ওচৰলৈ দিনে ৰাতি কত শত দীন দৰিদ্ৰ, নিৰাশ্ৰয় নিঃসহায় আতুৰ প্রাণী আহিবলৈ ধৰিলে, তাৰ সামা সংখ্যা নাই । সেইবোৰক তেওঁ Tala কৰিলে, ক্ষমা কৰিলে, পালন কৰিলে--তেওঁৰ মনত দিনে ৰাতি স্বর্গীয় বিমল আনন্দৰ উদ্রেক হ’ল। পাপী তাপীৰ উদ্ধাৰৰ নিমিভ্তেই coq জীবন | তেওঁ নিজে নিজে ধন্য মানিলে । দুই চাৰি মাহ নৌহওঁতেই গোদাৰ চাৰিটফালে শান্তি বিৰাজ কৰিলে|
ৰেইকে প্রত্যেক দিন গধূলি ফুৰ্বিৰ ছল কৰি কেঁচুৱা
- জেৰাৰ্ডক ৰটাৰ্ডমৰ ফালে লৈ যায়, মার্গেৰেটো বটাৰ্ডমৰ পৰা
গোদাৰ ফালে আধাআধি বাটলৈ আহে । তাতে ছুয়ো লগা- লগি হয় আঁক ৰেইকৰ মুখে মার্গেবেটে জেৰাৰ্ডৰ মনৰ গতি, কাঁ্ধ্য-কলাপ গতি-বিধি সকলোৰে ভু-ভা লয়। তাৰ পিছত কেঁচুৱা জেবার্ডক কোলাত স্বুমাই লৈ পাৰেমানে হেপাহ পলুৱাই চুমা খাই সেই দিনৰ নিমিত্তে দুয়ো দুফালে এৰা-এৰি হয় | এনেকৈ কেবাদিনো গ'ল, এই কথাৰ কোনোৱে একো সম্ভেদ ANITA |
মার্গেৰেটে গোদা গির্জীলৈ অহা যোৱ| বন্ধ কৰিলে হয়, কিন্তু দিনে ৰাতি তেওঁক যেন নেদেখ|. অজানা জুই একুৰাই