২.১ মিশন-মন্দক
যুদ্ধ জয় হ'ল | ক্লেমেন্টে দীঘল দীঘলকৈ কেইটামান হুমুনিয়াহ কাঢ়িলে | মার্গেৰ্ট উঠি. গোদা গির্জাৰ ফালে খোজ ললে।
ত্রয়োত্রিংশ ayes
Gatti গির্ভাত
ভমাইলমান যোৱাৰ পিছত ভেৰার্ডে কপে,--মাৰ্গেৰেট, বৰ ভাগৰ লাগিছে | অলপ জিৰণি লোৱা যাওক | কেঁচুৱা জেৰার্ডক মই আৰু লব নোৱাৰে", তুমিয়ে লোৱা ।
জেৰাৰ্ডৰ কথ শুনি মুর্গেৰেটে মুখটিপি হাহি এটি মাৰি কলে._তেম্তে তাক মোক দিয়া, তুমি এইবোৰ লোর! _বুলি কৈ কেঁচুৱা জেবার্ডক বুকুৰ মানত স্থমাই ললে আৰু কোনো কষ্ট বোধ নকৰাকৈ অনায়াসে যাবলৈ ধৰিলে | দেৰাৰ্ডে মার্গে- বেটৰ বুদ্ধি, চতুৰতা, কার্য্যপটুতা দেখি আচৰিত মানিলে | যি বোজাটে পুৰুষৰ অসহনীয়, সেই বোজাটো| লৈ এজনী তিৰোতা হো হো কৰে যোৱা দেখি জেবার্ডে ভাগৰ ছাৰি কলে,-- মার্গেবেট বৰ ভাগৰ লাগিছে, অতিপাত অনশন ব্ৰত ভাল নহয় |
মার্গেৰেটে তাল ধৰি উত্তৰ দিলে,_-অরশ্যে | ই দিনক দিনে শৰীৰ আৰু মন ক্ষয় কৰে আৰু বুদ্ধি-বৃত্তিও নাশ কৰে |