১৯৯ মিলন মন্দিৰ
তেনেকুৱা হতভগাঁ, বিপদগ্রস্ত এটা নহয়, দহোট। নহয়, হাজাৰ হাঁজাৰ ভেবা পৰি শাছে | কিছুমান কোনোৱাফালে গুচি গৈছে; কিছুমান আহাৰ পানী নাপাই অনাহাৰে মৰিব ধৰিছে | কিছুমানে বেমাৰত পৰি কষ্ট ভুগিব ধৰিছে । কিন্তু সিহঁতৰ ৰক্ষক নাই, ৰক্ষকেই বা কোন ? তুমি সিহঁতৰ ৰক্ষক, কিন্তু তুমি কি কৰিছ| | কুকুৰ-লেজীয়| বাঘৰ দৰে গাঁত এটাত সোমাই পৰি থাকি সিহঁতলৈ খাপ লৈছা ? ছিঃ, ছিঃ, ছিঃ coats | ছিঃ ! তুমি কিছুমান পাৰ চৰাইক প্রতিপাল কৰা, তথাপি তুমি মানুহ হৈ মানুহক ফিৰি নোচোৱা ? 2 fea? ছিঃ !
মার্গেৰেটৰ কথা| শুনি ক্লেমেণ্টে টভক মাৰি আছিল কিন্তু শেষৰ কথাষাৰ নিজৰ গাতে পৰা দেখি লাহেকৈ কলে, - সেইবোৰ মহাপ্ৰভুৰ সুজিত জীৱ |
মার্গেবেটৰ হাহি উঠিল । তেও আকৌ সুধিলে,_কি 2 কি ? আমি যি মহাপ্ৰভুৰ জীৱ, সিহঁতো সেই একে মহাপ্ৰভুৰে জীৱ নে ? তোমাৰ আঠুৰ ওপৰত থকা জীৱটোও সেই একে মহাপ্রভুৰে নে?
-_ অৱশ্যে, সকলো একে মহাপ্রভুৰ জার-বুলি ক্লেমেণ্টে সংক্ষেপ উত্তৰ দিলে।
— বুজিলে 1, তেনেহলে তুমি সহঁহক ভাল পোৱা, আমাক কিয় ভাল নোপোৱা ? তুমি মানুহ হৈ মানুহক ত্যাগ কৰা, ai কৰা? তুমি pale পোৱালীক মৰম কৰা, আকো- বালি ধৰা, কিন্তু তুমি নিজৰ পোৱালীক অকাতৰে ত্যাগ কৰ| ? এবাৰে| ফিৰি নোচোৱা ? ছিঃ ! ছি: | এয়ে তোমাৰ