সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন মন্দিৰ ১৯৬

= বাৰু জেৰাৰ্ড ! যি হবৰ হৈছে, এতিয়া কাজিয়া কৰি একো লাভ নাই ; ঘৰৰ কথা-বতৰ| পাতে৷ আই। ৷”

care হুমুনিয়াহ এটা কাঢ়ি আৰম্ভ কৰিলে,--বাৰু পিতাই কি কৰিছে?

--তেওঁ ভাল আছে | সেই অঘটন ঘটিবৰ দিনা তেওঁ ছিত্রাও আক কর্ণেলিছক খেদি পেলাইছে | সেইদিন ধৰি সিহঁতৰ কোনো খববেই নাই |

_মবমৰ মিছ কেট ক’তা ?

_অ', কেট আইটি কেঁচুৱ৷ জেবার্ডক চুমা খাই খাই অলপতে ঢুকাইছে |

জেবার্ডে হুমুনিয়াহ পেলাই আকৌ স্থুধিলে -জাইল ?

মাৰ্গেৰেটে -ই|হি হীহি উত্তৰ দিলে--সেই বাওন| জাইলৰ নিমিত্বেইতে| আজি তুমি গোদা| গিজ্জাব যাজক ৷

জেৰার্ডে খং কৰি কলে--আকৌ৷ সেই কথা ?

--ক্ষম| কৰিব| জেবার্ড | স্ত্ৰী জাতায়ে একো নাঞ্গানে, সেই কথাষাৰহে ঘনাই ঘনাই মনত পৰেহি | অলপ সময় ভাবি আকৌ কলে,--অ, জাইলৰ কথা স্থুধিলা৷ ? ভাইল অলপতে ঢুকাল।

জেৰাৰ্ডে কান্দিবলৈ ধৰিলে । মার্গেৰেটে আৰম্ভ কৰিলে, = জেৰাৰ্ড, জাইল আৰু কেট মব্শোতে তোমাক কিমানবাৰ মাতিলে! বিন্তু তুমি ওচৰতে থাকিও এবাৰ সিহঁতক ফিৰি নেচালা! জেবার্ডে দীঘল দীঘলকৈ হুমুনিয়াহ কাঢ়িব ধৰিলে।

--বোধহয় তুমি এই কথা জন| বা শুনা হলে ইমান নির্দয় হব নোৱাৰিস| হেঁতেন ?