সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৫ মিলন-মন্দিৰ

বাক, তুমি Stal নেকি যে গোদা গির্জালৈ গলে তুমি তাত সর্ববত্যাগী হব নোৱাৰিব| ? সংসাৰৰ বিষয় ভোগৰ পৰা ais থাকিব নোরাৰিবা ?

--নোৱাৰিবও পাবো, তাত বহু বিধি-পথালি আছে ক্রেমেন্টে মার্গেবেটৰ ফালে কেৰাহিকৈ চালে 1 মার্গেৰেটে কলে __কেজেই, তুমি মোক ভয় কৰা নেকি? মই কি আকৌ তোমাক বিষয় ভোগত fae কৰাম বুলি ভাবিছা ?

অসম্ভব নহয় । তেজ-মঙহৰ শৰীৰ-- অতি স্- হ-জে _ই।

কথাশুনি মার্গেবেটৰ খং উঠিল । তেওঁ চকু ৰঙা কৰি কৈ গ'ল.__জেবার্ড, ভাবি চিন্তি কথা কৰা । তুমি বোধ হয় পিটাৰৰ জীয়েক মার্গেবেট ব্ৰাওৰ লগত কথা কোৱা নাই, অন্য মার্গেবেটৰহে কথা ভাব্ছি|--নহয়নে ? তুমি এই বিবাহ AMAIA এসময়ত নোৰ স্বামী আছিল|, সেই বাবেই তেনে ভাবিছ নে কি? ছিঃ ছিঃ cat | সাধু, জ্ঞানী পুকষ- - সকল এনেকুৱাই ? মই তোমাৰ সমস্ত কথা, মনৰ সমস্ত ভাৱ খুব ভালকৈ জানো, কিন্তু তুমি মোৰ বিষয় হলে একোকে নাজানা । বৰ দুখৰ বিষয় জেবৰার্ড!

মার্গেবেটৰ চকুৰপৰা যেন জুইহে ওলাব ধৰিলে । দ্েৰার্ডে মার্গেবেটৰ মূৰ্ত্তি দেখি চৃত্তি হেকরালে | লাহেকৈ--মই সিমান দূৰ ভারা নাছিলে |--বুলি কৈ তলমূৰহৈ ভাবিবলৈ ধৰিলে | মাৰ্গেৰেটে শানুমূৰ্্তি ধাখণ কৰি আকৌ আৰম্ভ কৰিলে,