সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৩ মিলন-মন্দিৰ ক্লেমেণ্টে আচৰিত হৈ কৈ উঠিল,--মই গোদাৰ পুৰোহিত! কেতিয়াও নহওঁ। মই চেণ্ট ডমিনিকান sata সিযিকি

নহওক-_কল্যাণি, আমি এৰা-এৰি হোৱাৰ আগেয়ে তুমি কি কব খুজিছিলা কোৱ। ।

মার্গেবেটে বুজিলে--জেৰাৰ্ডক এইপাত অস্ত্ৰেৰে নোৱাৰিব | ! পিছ মুহূৰ্ত্ততে জেবার্ডক কলে--বাৰু, সেইবোৰ এৰি পেলোৱ| | এতিয়া | তুমি জানা--মোৰ লগত আমাৰ বিবাহ-খতখন নোহোৱা বাবে মই কিমান লাঞ্ছনা-গঞ্জনা, দুখকষ্ট পাব লাগিছে| ? -কোনে তোমাক কষ্ট বা অপমান দিয়ে? মার্গেবেটে নুশুনা ভাও জুৰি কলে-মোক খতখন দিয়া, যদি হেৰাইছে, তেন্তে একো কথা নাই। aes খং উঠিল, কলে--মই সেইবোৰ হেৰুৱাম নে? সেইবোৰ চোৱা, তোমাৰ হাতৰ ওচৰতে আছে। achat স্মুধিলে--ক’ত 1? ক'ত আছে? । -ভাল,গেট খনত চোর! | * * কিন্ত ক্ষমা কৰিব|, মই তোমাৰ মৃত্যু হোৱা বুলি শুনিছিলে | মার্গেৰেটে ভাল.গেট খন মেলি দেখে যে তাৰ এঠাইত তেওঁবিলাকৰ বিবাহ-খতখন আছে; তেও সেইখন সামৰি ATA আন এঠাইত দেখে যে তেওঁলৈ faat কিছুমান ঢুকুৰা ঢুকুৰি কাকত | আকৌ, এঠাইত দেখিলে-_জেবা্ড-মার্গেবেট । এই নাম জোবা তেওঁলোকে এদিন ধেমালিতে লিখিছিল।

আন এঠাইত দেখিলে__কেডালমান চুলি এটি জপা কৰি থোৰা ১৩