মিলন-মন্দিৰ ১৯২
মার্গেৰেটে এই সুযোগতে অভিমান কৰি গম্ভীৰ ভাৱে কবলৈ ধৰিলে--লৰাগ্ন মোৰ fafsal অলপো নহ'ল, তেনেই বাপেকৰ নিচিনা হৈছে। ক্রেমেন্টৰ ফালে চাই কলে,--এই চোরা, চুলিবোৰ কেনে সোণালী বৰণৰ! কেথেৰিণ শাহুৱে কৈছে যে এনে বয়সত হেনে| তোমাৰ চুলিবোৰে| ঠিক এনেকুৱাই আছিল। বাঁক সেইবোৰ নালাগে, তোমাৰ বাওঁহাত খনত এটা! মাহৰ দাগ আছে, চোৱাচোন | মার্গেবেটৰ কথাগুনি জেবাডে” লৰাপৰিকৈ হাত খন উলিয়াই দেখে যে AP acy তাত মাহৰ দাগ এটা আছে; তেওঁ সেইটো ইমান দিনে মনেই কৰা নাছিল। মার্গেবেটে আকৌ কলে,-- এতিয়া, ইয়াৰ হাতৰ মাহৰ দাগটে। চোরা, ঠিক একে ৰকম নহয়নে ? এই মাহৰ দাগ দেখিয়েই তোমাক মই এই পৰ্ণকুটীৰত চিন ধবিছো ৷
- মার্গেৰেটে মুখ টিপি টিপি হাহিবলৈ ধৰিলে । জেবাডে"
মূৰ জোকাৰি জোকাৰি তেওঁৰ কথাত হয়ভৰ দি হুমুনিয়াহ ‘কাঢ়িবলৈ ধৰিলে আৰু লাহে লাহে সেই পিনে ঢলি পৰিবৰ উপক্ৰম কৰিলে | কিন্তু সুনিপুণ! চতুৰা মার্গেৰেটে ততালিকে ক্লেমেণ্টক সাৱট মাৰি ধৰি কৈ গ'ল-_জেবার্ড! ভয় নাই, সাহসী হোৱা। ইনো কি? আৰু আছে। ই সামান্য sai এটা মাখোন। মহাপ্রভুরে তোমালৈ এইটো দি পঠাইছে। তুমি মোৰ পৰা যি সুখ নাপালা, সেই সুখ তুমি ইয়াৰ পৰ| পাবা । তুমি এতিয়া আকৌ গোদাৰ ধৰ্ম্ম পুৰোহিত ৷