ভালল-মন্দিনব ১০
কিন্ত সকলো অথলে গ'ল | অৱশেষত উপায়ান্তৰ নেদেখি মাকৰ ওচৰলৈ গৈ কান্দো কান্দো হৈ কলে- আই,
কেথেৰিণে চকু বডাকৈ ধমক দি কুখিলে-কি হৈছে ? জেবা থতমত খাই পিচহুহঁকি গ'ল । তাকে দেখি মাকে চকু পকাই আকৌ সুধিলে-কি হৈছে ? কি লাগে ?
জেবার্ডে ভয়ে ভয়ে কলে--আই, মই সৌ দোকানত এখন ধুনীয়া ছবি দেখি আহিছে । সেই ছবিখন আঁকি বেচিব পাৰিলে বহুত ধন ঘটিব পাৰিম। কি জানি ৪1৫ টকা মান ৰূপ হলেই--
জেবার্ডে কথা শেষ কৰিবলৈ নাপালে। তেওঁ যমৰ ওচৰত যেন সন্তান ভিক্ষা মাগিলে ৷ কৃপণ-স্বভাৱা মাকে লৰাক উৎসাহ দিয়ক ছাৰি নান| ৰকমে ভাবি হুকি দি চকু থিয়কৈ setae ধবিলে,_এ এ গুণমণি! তই যদি এনেকৈ ধন শ্ঘটিবই পাব, তেনেহলে ইমান দিনে আমি ৰাজাধিৰাজেই হব পীৰিলেহেতেন | যা সোনকালে আতৰ হ। মোৰ হাতত টকাৰ কথাকে নকওঁ, পইচা এটিয়ে নাই । মই একে৷ দিব ৷ 'নৌরাঝো |
মাকৰ ডাবি-হুকি শুনি জেবার্ডৰ মন ভাগিল = আকাশ পাতাল ভাবি শেহত হতাশ হ'ল ৷ মাকবপবা কোনো উৎসাহ = নাপাই বাহিৰলৈ ওলাই গ’ল আৰু অলপ বেলিৰ মূৰতে পাদ্ৰী = ডাহাব সকলৰ আশ্রম পালেগৈ | * * *
| ৷