সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-মন্দিৰ ১৮৮

মার্গেবেট বাউলী হৈ উঠিল | বেইকে ওচৰতে বহি সাত্বন| দিবলৈ ধৰিলে । মার্গেবেটে কলে--ৰেইক, চে!ৰাচোন কেনে ব্যৱহাৰ ! বেইকক তেওঁৰ হাত-ভৰিৰ খুন জখমবোৰ দেখুৱাবলৈ ধৰিলে । ৰেইকে কলে--মেডাম, এতিয়া সকলে! এৰি পেলোৱা | আহীচোন এইফালে, কোনোৱা মানুহৰ মাত যেন শুনো দেখো । কিয়, কি হৈছে ? অ’ কুটাবৰ ভিতৰত জুই লাগিছে ? --নহয়, মানুহৰ মাত | _ মানুহৰ মাত ? _এবা এজনৰে| নহয়, দুজনৰ | ৰ

জেৰাৰ্ডে মাৰ্গেৰেটক তেনেকৈ পেলাই থৈ কেই খোজমান গৈয়ে শুনিলে যে তেওঁ বৰকৈ চিঞৰ atta লগাইছে | পিছ Safe চাই দেখে যে মার্গেব্টে বিবর্ণ হৈছে, চকু কেইটা ডাঙৰ ডাঙৰ হৈ উঠিছে--যেন চকুবোবব পৰা মধ্যাহ্ন স্থৰ্য্যৰ প্রখৰ ৰশ্মিৰ দৰে দুকুৰা জুইহে ওলাইছে ! তাৰ পিছতে _ আকৌ অঠু কাঢ়ি কৰযোৰে ঈশ্ববৰ ওচৰত প্রর্থনা কৰাও দেখা পালে |

মার্গেবেটে বৰ কষ্ট পোৱা যেন ভাবি জেবার্ডে ঈশ্ববৰ ওচৰত তেওঁক মায়া মোহৰ পৰা মুক্ত কবি দিব্ৰ নিমিত্তে খাটিলে । তাৰ পিছতে লাহে লাহে হাতত সাৰে ভৰিত সাৰে কুটীৰত সোমাই যিমান মম বাতি আছিল কেউ ডালকে জলাই ক্ষুদ্ৰ পৰ্ণকুটাব দিনৰ নিচিন| আলোকিত কৰি পেলালে।

a === =এএ ৮৬৮৬