মিলন-মন্দিৰ ১৮৪ |
কেনেকৈ এবাৰ দেখা পায়, coarse মুখৰ মাত এবাৰ নো কেনেকৈ শুনিবলৈ পার, fa (জেবার্ডক wis বছৰ আগেয়ে মন প্রাণ বিনামূল্যে অকাতবে সাঁপি দিছিল, সেই ভেবার্ডক কেনেকৈ এবাৰ সাৱট মাৰি wa, কেনেকৈ সেই ভেবার্ডৰ আগত আকৌ নিজৰ হৃদয় কালি সেই কোনেও weal চিৰ ৰক্ষিত অন্তৰৰ গুপ্ত কথা অন্তৰ খুলি কয়--এয়েহে মাৰ্গেবেটৰ চিন্তা । তেওঁৰ হিতাহিত শক্তি লোপ পালে, বাহাজ্ঞান শূন্য হ'ল--হবৰ্গীয় প্রেমত প্রেমান্ধ হৈ উঠিল ; তেন্তে বাকী থাকিল কি? ম্ৰণত শৰণ দি মার্গেবেটে হাতত সাবে, ভৰিত সাৰে নদ কুঈৰত প্রবেশ কৰিলে |
কুন ভিতৰখন তেনেই ঘোপমৰা আন্ধাৰ | as নালৰ মূৰত খপিয়াই খপিয়াই বেৰা এখনৰ চুক পাই বেৰ| দন্ত কুট়ী এটা কৰিলে | কেঁচুৱা জেবার্ডক চুমাৰ উপৰি BF লাহেকৈ তাতে চুকতে মাটিতে কাপোৰ পাৰি ae গলে : ঘৰৰ ভিতৰত কোনো নাই যেন অনুমান পালে। শাক তেওঁ বাহিৰলৈ ওলাই আহি বেৰাৰ ফুটাটোৰ মুখত পি গুলি জুনি চাঃ কেঁচুৱা জেবৰোর্ডক ৭ৰ-দি বহি থাকিল।
বি s+ নান aon) আজি জোনটিয়েও যেন নতুনকৈ লাজ পাৰ পিন্ধ agate নীলাকাশ আলোকিত কৰি গু Rees দেখা দিলেহি ৷ চাৰিউকাষে থুপে থুপে ত্ৰাবোৰ _ জিলিকে Wan) তাতে জোনৰ fra আকৌ দুগুণে বাঢ়ি উল: পেন Hen পৰবত-পাহাড়, জুবি, ভৈয়াম, UR