একন্ৰিংশ আধ্যা
সন্ধান মিলিল
{স্পিছদিন৷ ৰাতিপুৱা মার্গেৰেটে কেঁচুৱা জেবার্ডক নচুৱাই নচুৱাই পিয়াহ-পানী দি কেথেৰিণক কলে,--আই, তুমি আজি এতিয়াই দুজন মানুহ লগত লৈ গোদাৰ বৰ গিৰ্জ্জালৈ যোৱাগৈ । সেই ঘৰটে। ভালকৈ সাৰি মচি-কাছি পৰিষ্কাৰ কৰি থৈ আহিব৷ ।
কথা শুনি কেথেবিণে আচৰিত হৈ স্থুধিলে,--মাৰ্গেৰেট, আজিনো তোমাৰ হঠাৎ গোদা গিৰ্জ্জাৰ কথা কিয় মনত পৰিল?
মার্গেবেটে ate এটি মাৰি কলে,=- আই, সকলোৱে দেখোন বাটে-ঘাটে যতে-ততে কোঁৱা মেলা কৰে যে, ৪1৫ দিনৰ ভিতৰতে গোদালৈ এজন ভাইকাৰ আহিব। সিদিন! বার্গে মাষ্টবেও কৈছে যে ২৪ দিনতে হেনো গোদালৈ এদন নতুন ভাইকাব (যাজক) আহিব । বার্গোমাষ্টবে সেই ঘৰটো
_ ভালকৈ সজাই ৰাখিবৰ নিমিত্তে আমাক ভাৰ দিছে। তোমাৰ
eee ees ee
=
লগত catfaara কেটেলে| যাব। এতেকে তুমি যোৱাগৈ, সকলো কাম ঠিক-ঠাক কৰি থৈ আহিবা |
কেথেৰিণে কিছুপৰ তলমূৰকৈ ভাবিলে--তেনেহলে মোৰ বাছ| cea গোদাব ভাইকাৰ নহ’ল! উঠ De প্রভুৱেও