সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নি ১৭৯ - মিলন-দন্দিৰ্‌

পেলাই বজ্ৰগম্ভীৰ ভাৱে কলে,--এলিৰ YS AIS আত্মাৰ নাম কৰি ঈশ্ববব ওচৰত প্ৰাৰ্থনা কৰাগৈ |

মাৰ্গেৰেটে কঁপা স্থুৰেবে--বাক এতিয়া যোৱাগৈ--বুলি- ।ৰেইকক বিদায় দিলে |

তেওঁ ৰেইকক বিদায় দি নিজে নিজে আকাশ পাতাল ভাবিলৈ ‘ধৰিলে,-- কি কৰিব কি নকবিব একো ঠিৰাং কৰিব নোৱাৰিলে | ‘বহুত ভাবি চিন্তি শেহত ঠিক কৰিলে--মই নিজে তালৈ গৈ সন্ন্যালী জনব লগত কথা ব্তবা কম। পিছনিনা মার্গেৰেটে ‘ৰাতি পুৱাই Spa পোন|টি--জ্ৰোড'ক নিছ কেটৰ হাতত Wt দি গোদাব ওচৰৰ হাবিয়নিলৈ খোজ লগে; কিন্তু এই কথা কাকো নজনালে, এনেকি কেথেৰিণ, ৰেইক, জোৱান 1ইতকো নকলে ।

মার্গেৰেটে কেঘণ্টামান হাবাথুৰি খাই বিচাৰি বিচাৰি সন্না৷সীৰ পর্ণকুটাৰ 'উলিয়ালেগৈ। কিন্তু তাত দেখে যে মানুহৰ কোনো সাৰ শব্দই নাই; কেৱল কিছুমান পাৰ চৰাই সেই পূৰ্ণ: 'কুটাৰ্ৰ সমুখতে উৰাউৰি কবি আছে। তেওঁ দুৱাৰেদি কুটীৰৰ ভিতৰখন চোৱাতকৈ আন উপায়ে কোনেও নেদেখা নজনাকৈ চাবৰ মন কৰি কুটাৰৰ পিছফালৰ হাবি-বননি হেঁচি ঠেলি ভাঙি বহু কণ্ঠেৰে কুটাবৰ বেৰাৰ কাব চাপিলগৈ | বেৰ এখনত ফুটা এটা কৰিলে আৰু ভিতৰৰ ফালে চাই পঠিয়ালে; কিন্ত কুটাৰৰ ভিতৰখন তেনেই অন্ধকাৰ, ঘোপমৰা অন্ধকাৰ--তাত | কোনোর। জন-প্রাণী আছেনে নাই গম ধৰিবই নোৱাৰিলে। তেওঁ