১৭৫ মিলন-মন্দিৰ
-=অৱশ্যো | তেওঁ সন্নাসী৷ হৈছে যদিও, তেওঁ নিশ্চয় হ’লেণ্ডতে আছে, নহলে আকৌ ইটালীলৈ গৈছে। অ+ বুজিলে", তেওঁ মোক ভাল নাপায় ! মই মৰ| বুলি শুনি আনন্দবে ঘৰলৈ আহিছিল, কিন্তু যেতিয়া জানিগে যে মই এতিয়াও জীয়াই আছে| আক মোবে। অকাল মৃত্যু নাই, সেইদেখি তেওঁ খং কৰি আকৌ বনবাসী হ'ল। হায় বিধাতা | হতভাগিনীৰ কপালত ইয়াকেহে লিখিছিল| নে?
কথাবাৰ শেষ কবিয়েঈ তেওঁ ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে | তেওঁৰ অৱস্থা দেখি অবোধ মূৰ্খ লিউকৰ অন্তৰ গলি গ’ল | চকু চল্ডলীয়া হ’ল ! লাহেকৈ মার্গেবেটক কলে,--তেন্তে মেডাম্ কাইলৈ ৰাতিপুৱাই মই তেওঁক বিগাৰি emia, কিন্তু মই এজন সামান্য মানুহ । যদি ভাগ্যক্ৰমে তেওঁক লগ পাওঁ আৰু তোমাৰ কথা কওঁ, তেন্তে মোৰ কথ| তেওঁ বিশ্বাস নকবিবও পাৰে; তেতিয়! উপায় কি হব ?
মার্গেবেটে কাপোৰৰ আচলেৰে চকু-লে| মচি মচি কলে বাক, মই এখন চিঠি লিখো তই সাজু হৈ ওলাই আহগৈ ।
পিছদিনা বাঁতিপুৰ। fate বথাসময়ত মার্গেৰেটৰ ওচৰত উপস্থিত হ’লহি । তেওঁ তাৰ হাতত এখন দীঘলীয়া চিঠি আক ১* টা সোণৰ মোহৰ দি কলে_এয়া তোৰ বাটখৰচ আক এই খন তেওঁলৈ লিখা চিঠি । তই তেওঁক মুখেৰে একো কব নালাগে, কেৱল টিঠিখন নিবি | তেওঁ তোক _ মোৰ বিয়াৰ খতখন দি পঠাব ! বুজিছ }