সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭০ গিলন-মন্দিৰ

উইল কবি থৈ গৈছে আৰু ৰেইক্-হেইন্‌ নামেৰে তেওঁৰ হাঁত-লিগিৰীজনীক ভালকৈ ৰাখিবৰ বাবে মার্গেৰেটক বাৰে বাৰে অন্ুবোধ কবি গৈছে 11. * * *

এনেতে লিউক পিটাছ'ন উভতি আহি খবৰ দিলেঠি, -=-মেডাম্‌, তেওঁক বিচাবি নাপালেশা। যদি তেওঁ তোমাক বিয়া sata নোৱাৰে তেন্তে --

মার্গেবেটৰ ভৰিব পৰা মূৰলৈ গা শিয়"ৰি উঠিল। বাধা দি কলে,ধেত মূৰ্খ, ye হ ; সিদিন| মাথোন মই নিজে তেওঁক দেখিছে ৷-- আজি তই বিচাৰি নাপালি ?

_পিউকে থতমত, খালে । তথাপি সি কলে,_ কিন্তু তেওঁ এজন ফ্ৰায়াৰ--ধৰ্ম্মযাঙ্গক |

_হলেই ঝা তাতে কি হল? তথাপি তেওঁ মোৰ স্বামী- OF | নাজান শে মূৰ্খ, বে সতীৰ পত্য়েই পৰম গুৰু- _ পতি বিনে Ata অন্য গতি নাই ? তেওঁ মোৰ সোণৰ _ পুতলি কেঁচুৱা জেৰাড'ৰ বাপেক |

লিউকে একো বিচাৰি নাপাই কলে,--মেডাম, তুমি আন বিষয়ত হলে খুন ভাগ কিন্তু এই বিষয়ত তুমি মোৰ ওপৰত কিয় ইমান খৰ্গহস্ত ?

-=-সেইটো কাৰ দোষ? মোৰ দোষ নহয় অবোধ a, =

তোৰহে দোষ। fafa কি নহওক, তই মোৰ অশেষ উপকাৰ কৰিহ, মই তোৰ ওচৰত সেইবাবে কৃতজ্ঞ । মোৰ এতিয়া যথেষ্ট ধন-সম্পত্তি হৈছে, আগৰ নিচিনা দুখীয়া নহওঁ। তই =