১৬৫ মিলন-মন্দিৰ
বার্গোমাঁষ্টৰে আৰম্ভ কৰিলে,- ফাদাৰ, মই কোনো জাতি ভেদ প্রথা নামানি য’তে পাওঁ ত'তে খাই ফুৰে৷; মই ৰবি বাৰে কেতিয়াবাছে গিৰ্জ্জালৈ যাওঁ , মই মোৰ নিজৰ সম্প্ৰদায়ৰ বাঁহিৰে আন কোনো সদপ্রায়ত বিশ্বাস নকৰোঁ| |
aus কলে--ৰাক; এই সামান্য সামান্য দোষবোৰ পালো | এতিয়| ডাঙৰ ডাঙৰ পাপবোৰ স্বীকাৰ কৰা |
=-ফাদাৰ, এয়ে সকলো | পাপ আৰু কি আছে ?
ক্লেমেণ্টৰ UA । তেওঁৰ ফালে চাই কবলৈ ধৰিলে,
--তুমি মোৰ আগত পাপ স্বীকাৰ কৰিছা, নে মইহে তোমাৰ আগত পাপ স্বীকাৰ কৰিবলৈ আহিছো ?
. বার্সোমাষ্টৰে হাতযোৰকৈ কলে,_হলি ফাদাৰ, ক্ষম| কৰিব মোৰে ভুল হৈছে । বাক কওঁ শুনক ! এজন মানুহলৈ এখন জাল-চিঠি লিখাত সহায় কৰিছিলে" ৷
ক্লেমেণ্টে মুখ জোকাৰি স্ুধিলে,--হু, কালৈ লিখিছিল! ? বার্গোমাষ্টবৰ কোনো উত্তৰ নাঈ__নিমাত |
SIRS আৰু fe কি আছে?
_ নাই হ'পি ফাদাৰ, মোৰ আৰু দ্বিতীয় পাপ ae! _ বাক, তুমি কোনো মানুহকে ঠগ-প্রৱঞ্চন| কৰা নাইনে ? _নাই ফাদাৰ, নাই-_ কেতিয়াও নাই |
—fie কৈছা! ?
_ হয় ফাদাৰ, ঠিকেই কৈছেশ। |