মিলন-মন্দিৰ ১৬৪
কথা শুনি ব্ৰাদাৰ ক্লেমেণ্টৰ হাতৰ কটি-পিঠা হাততে ৰ'ল, তেওঁৰ আৰু জলপান খোৱ| নহ'ল | সকলোকে এফলীয়াকৈ থৈ লঘোনে-ভোকে তিৰোহহাজনীৰ পাছে পাছে খোজ ললে।
তিৰোতাজনীয়ে ব্ৰাদাৰ ক্লেমেণ্টক একেবাবেই মৃত্যু অৱস্থাত পৰি থক| বার্গোমাষ্টৰৰ ঢাৰি-পাটীৰ sas উপস্থিত কৰিলেগৈ। ক্লেমেণ্টে বাৰ্গেমাষ্টৰক দেখিয়েই চিনি পালে। তেওঁৰ চকুৰ আগত সেই ফাটেক ঘৰ, সেই হাবি-বননি, সেই জাল-চিঠি সকলো পূৰ্ব্ব ৰৃত্তান্তবোৰে এটি এটিকৈ ঢৌ৷ খেলিবলৈ ধৰিলে। কিন্তু তেওঁ “ওঁম্ শান্তি, ওঁম্ শান্তি” বুলি সকলো মনৰ ভাব দমাই ৰাখিলে ৷
বার্গোমাষ্টবে ক্লেমেণ্টৰ ফালে কোনোমতে চাই কেঁকাই কেকাঈ কলে, পুভু যীশুৰ অনন্ত মহিমা ! হ’লি ফাদাৰ মঠ যে থোৰ পাপী) মোক এই পাপ-তাপৰ পৰা উদ্ধাৰ কৰক। |
ক্লেমেণ্টে তেওঁৰ কাতৰোক্তি শুনি কলে, বাপ, প্ৰায়শ্চিত্ত হোৱাৰ আগেয়ে তুমি লৰাকালৰ পৰা [যি ঘি কৰিছা, সকলো: দায়-দোষ স্বীকাৰ কৰিব লাগে। তুমি ভালকৈ ভাবিচিন্তি সেইবোৰ ঠিক কৰা, ময়ো এই ছেগতে gala ই্ীশ্বৰৰ নাম জপ কৰি লওঁ |
ক্লেমেণ্টে তাতেই_-ঘবৰ মজিয়াতে আঠুকাঢ়ি ঈশ্ববৰ ওচৰত প্রার্থনা কৰিবলৈ ধৰিসপে। প্রার্থনা শেষ হোৱাত বাৰ্গোমাষ্টৰক কলণে৷=-বাপ, এতিয়া তোমাৰ দায়-দে।ব, পাপ-তাপ য’ত যি আছে এটি এটিকৈ স্বীকাব কৰা ।