সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্ত বিংশ আধ্যা ITM লুদ্ধ পিটাৰ আক সৈনিক্ৰাজ মাৰ্টিন ঢুকোৱাৰ পাচত

মার্গেৰেট নিঃসহায় নিৰাশ্য় হৈ পৰিল | কেথেৰিণইঁতে তেওঁক টার্গোগৈ নিবৰ চেষ্টা কৰিলে। মার্গেৰ্টে প্রথমতে অমান্তি হ’ল হয়, কিন্তু শেহত উপায়ান্তৰ নেদেখি মান্তি vay টাগোলৈ আহি তেওঁ কেটৰ হাতত কেঁচুৱা'ট ATA দিলে | সেই সুযোগতে তেওঁ নিশ্চিন্ত মনে লৰেন্স গির্জা ঘবলৈ ক্লেমেন্টৰ বক্তৃতা শুনিবলৈ গৈছিল।

সিদিনা দুপৰীয়া--কেথেৰিণ, এলি আৰু মার্গেবেটৰ বাহিৰে আন সকলোটি খাবলৈ বহিছে, এনে সময়তে ব্ৰাদাৰ ক্লেমেণ্ট ভয়ানক ৰণচণ্ডী মূৰ্তি ধৰি এলিহঁতৰ আগত উপস্থিত হলহি। খঙৰ কোবতে feate আৰু কর্ণেলিছৰ আগত থিয় হৈ সিই- তৰ ফালে চাই দাত কামুৰি কবলৈ ধৰিলে»_পাগীহত, যেয়ে মার্গেৰেট ঢুকুরা বুলি মিছা খবৰ প্রচাৰ কৰিছিলি অভিশপ্ত হ। যেয়ে এই চিঠি সাল-সলনি কৰিছিল সিহঁত যেন মৃত্যুৰ আগতে নোহোরা। হয়, সিহঁতে যেন নৰকতো জুইৰ বোজা মূৰত লৈ ফুৰি ফুৰে । আকৌ৷ যিজনে এই দুৰভিস্কি বাহিৰ কৰিছিল, তাৰে| যেন নৰকত ঠাই নহয়; সিহঁত যেন অনন্ত-

কাল ঘোৰ অগ্নিকুণ্ডত দেই পুৰি মৰে 1 ১১)