সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-সমন্দিৰ ১৫৯ —<—<—<<=— ইমানতে| হোভ্ডা জোবিয়ানে ব্ৰাদাৰ ক্লেমেণ্টেই যে মাষ্টাৰ জেবাৰ্ড _ ধৰিব নোৱাৰিলে । চিনিবই বা কেনেকৈ ? জেবার্ডৰ আগৰ তেজ, আগৰ কান্তি, আগৰ বপ-লাবণ্য--সকলো নোহোর! "হৈছে; আছে কেৱল TAT দেহাটে। আৰু ডাঙৰ ডাঙৰ চকুজোব; আৰু আছে এহাতমান দীঘল দাড়ি গোঁফ আৰু জটাজুট wal চুলিতাব । ক্লেমেণ্টে তলমূৰকৈ বহি চকুমুদি আকাশ-পাতাল ভাবিলে | জোবিয়ান সন্মুখতে থিয় হৈ থাকিল ৷ এনেতে পাছ ফালৰপৰা অচিনাকি হাত এখন ক্লেমেণ্টৰ কান্ধৰ ওপত পৰিলহি । ব্ৰাদাৰ ক্লেমেণ্ট উচপ খাই উঠি থিয় হ’ল | দেখে মার্গেবেটৰ জীৱন্ত ছবি ! সৰ্ব্বনাশ ! তেওঁক যেন কালসৰ্পে খোট মাৰিলে ! acta’ আৰু জোৰিয়ানক তাতে এৰি থৈ তেওঁ কোনোৱাফালে লৰি পলাল !

জোঁৰিয়ান আৰু মার্গেবেট অবাক ৷ দুয়ো দুয়োৰে মুখলৈ চোৱা-চুই কৰিবলৈ ধৰিলে । জোবিয়ানে স্ুধিলে, _ মেডাম. তুমি ইয়ালৈ কেনেকৈ আহিল! ? মার্গেৰেটৰ খং উঠিল | জোবিয়ানক কলে,--এতিয়া আৰু সেইবোৰ কথা কবৰ সময় নে? তোমাৰ আগত তেওঁ কি কলে ?” = মেডাম, তেওঁ হেনে৷ ‘তোমাৰ জেৰার্ডক চিনি পায় আৰু ইটালীত তেওঁক লগ পাইছিল ! ইয়াত তেওঁ তোমাৰ কৱৰটো বিচাৰি আহিছিল | মইতো! অবাক্‌ । সংক্ষেপতে মই কলে” যে মার্গেবেট আইদেৱে এতিয়াঁও পাণৰ caw উভতি আহিব