মিলন-মন্দিৰ ১৫৮
গুৰু সকলৰ মহাবাক্য কেনেকৈ লঙ্ঘন কৰে"। ? সেইবাবে নিজকে নিজে দমাই ৰখি কলে,--এৰ৷, মই তেওঁক ইটালীত লগ পাইছিলেশ |
জোবিয়ানৰ মুখত হাহি ওলাল ৷ সি আকৌ সুধিলে, তেনেহলে মার্গেবেটৰ মৃত্যু হোৱা বুলি আপুনি কেনেকৈ জানিলে ? _অ, আমি ছুয়ো তাঁত লগলাগি থাকৌতে এদিন মার্গেবেট ভান, আইকবপবা তেওঁ এখন চিঠি পালে যে তেওঁৰ প্রাণৰ প্রতিণ৷ মার্গেবেট ইহ সংসাৰত আক নাই, টুকাইছে ৷
ক্লেমেন্টে আক কব নোরাবিলে, তেওঁৰ বাক্ৰোধ হল; FAY শৰীৰ ঘামেবে তিতি গ’ল, গা Shia ধৰিলে, অৱশেষত . বহি পৰিল । জোবিয়ানে ক্লেমেন্টৰ অবস্থা দেখি কবলৈ ধৰিলে__ _ফাদাব, আপোনাক যে লগ পালে ঈশ্ববেই ধন্য । মই এই কথাটো ভালকৈ জানো, কওঁ শুনক--সেই চিঠিখন মার্গেবেট ভান, আটকে লিখা নাই ৷ মার্গেবেট ত্রাণ্ডে হেন্স, মেম্লিঙৰ হাতত এখন চিঠি দিছিল, পাপীষ্ঠ বার্গোমাষ্টৰ. আক কুল কলঙ্ক-ছিতব্রা আৰু কর্ণেলিছি তিনিও লগ লাগি সেই চিঠিখন পৰিবৰ্ত্তন কৰি জেবার্ডলৈ সেই জাল-চিঠি লিখিলে । ছিঃ, ছিঃ, পাগীষ্ঠইত ! জেবার্ডবো সৰ্ব্বনাশ কৰিলি, মার্গেবেটকো অতল পানীত ডুবালি ৷”
কথা শুনি ক্লেমেণ্টে হুমুনিয়াহ পেলাবলৈ ধৰিলে আৰু জোৰিয়ানৰ ফালে চকু থিয় কৰি চাবলৈ ধৰিলে ৷ কিন্তু