সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

_মিলল-মন্দিৰ ১৫৪

ছেভেনবাৰ্গেনত ওৰেদিন ঘূৰি ঘূবি মার্গেবেটৰ করবব কোনো চিনচাব নেদেখি গধূলি হতাশ মনেৰে উভতি আহি aad গির্জাৰ ভিতৰত সোমালগৈ ৷ তাত প্রায় এঘন্টামান ঈশ্বব ওচৰত প্রার্থনা ‘কৰি ওলাই আহি দেখে যে এজন বুঢ়। মানুহে এটা কৱবৰ ওচৰত কোদাল এখন হাতত লৈ থিয় হৈ আছে | তেওঁ তৎক্ষণাৎ তালৈ গৈ মানুহজনক সুধিলে,_-আতা, তুমি ইয়াতেই থাকা ? | হয় বাপ, ইয়াতেই থাকৌ | _ বাক ইয়াত থাকিবৰ তোমাৰ কিমান fea হ'ল? - বহুত বছৰ হ’ল বাপ, সকবে পৰা ইয়াতেই আছে | --তুমি ইয়াত কি কি কাম কৰা? = মই ইয়াত ছেকচ্টনৰ কাম কৰে| ৷ -_বাক, তুমি মার্গেৰেটৰ মৈদামটে। মোক দেখুৱাই দিব পাবানে? , _হলি ফাদাৰ, ইয়াততেো| বহুত .মার্গেবেট আছে; আপুনি বা কোন মার্গেবেটৰ কথা face? _ মার্সেবেট ate } তেওঁ এজন চিকিৎসকৰ জীয়েক | —fe | পিটাবৰ জীয়েক মার্গেবেট আইদেৱৰ মৃত্যু হৈহে? _ ওঁ হবও পাৰে; তেওঁলোক বটার্ডামলৈ গৈছে ৷ নাই, তেওঁৰ মৃত্যু হোৱ| নাই যেন বোধ হয় ফাদাব ।

ক্লেমেণ্টে এই কথা শুনি হুমুনিয়াহ পেলাবলৈ ধৰিলে। বুঢ়াজনক ধন্যবাদ দি কৃতজ্ঞতা জনাই তেওঁ কোনোব| ফালে গুচি গ’লগৈ ৷ ঙ * নি