সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড়বিংশ আধ্যা

--মার্গেবেট উদ্দেশে

Salta ক্লেমেণ্ট চুইজাৰলেণ্ডৰ বেছেল নগৰত দিনে ৰাতি নানা ঠাইত বক্তৃতা দি, মৃতকৰ acme সমাপন “কৰি ফুৰিব ধৰিলে। এনে সময়তে কাদাৰ জেৰোম এদিন হঠাং তেওঁৰ আগত উপস্থিত হ’লহি। অনেক কথা-বতৰাৰ পিছত জেবোমে কলে,--ব্ৰাদাৰ erat, তুমি এতিয়া ইংলণ্ডলৈ যাব নালাগে, আমাৰ পোপে আদেশ কৰিছে যে আমি এতিয়া ভিতৰৰ গাওঁ ভূইবোৰৰ পবা কিছু ধন সংগ্রহ

' কৰিব লাগে ; তাকে কৰিব পাবিপে আমি অনায়াসে

ফ্ৰান্সিপ্কান দলৰ লগত Ye কৰিব পাধিম। সেই উদ্দেশ্যেই আমি বাইন নদীয়েদি ভটীয়াই যাওঁ বলা )

(eas আগ্রহেৰে মান্তি হ'ল । পিছ দিনাখন দুয়ো বাইন নদীৰ পাবে পাৰে ভটীয়াই যাবলৈ ধৰিলে । ঠায়ে ঠায়ে wal ছুই চাৰিদিন থাকি বক্তৃতা দিলে, মৃতকৰ aration কৰিলে আৰু লব| ছোৱালীৰ নাম.কবণু কৰিলে। ছুয়ে গৈ গৈ হলেণ্ড পাওঁতে, ফাদাৰ জেবোম ইংলণ্ডৰ কালে যাত্রা কবিলে । ইপিনে ব্ৰাদাৰ ক্লেনেণ্টেও ছেভেনবার্গেনত মার্গেবেটৰ মৈদাম বিচাৰি উলিয়াম বুলি তালৈ খোজ ললে।