সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫১ মিলন-সঅন্দিৰ

মন্দাকিনী cats বৈ গ'ল! তেওঁৰ মনত পৱিত্ৰ আনন্দ জন্মিল !! প্রাণৰ- জেবার্ডৰ মূৰ্তিটো! সমুখতে দেখা যেন পালে I মার্গেবেটট ঘৰৰ ভিতবলৈ সোমায়েই দেখে যে মেজৰ ওপৰতে কাকত এটুকুব। আক ৰূপৰ মোহৰ এটা পৰি আছে। তেওঁৰ অন্তৰত বিজুলী খেলিব ধৰিলে ! কাকত টুকুৰা থাপ মাৰি লৈ কবলৈ ধৰিলে) --তেওঁ নিশ্চয় জীয়াই আছে ! বোধহয় এইবোৰ তেওঁ কোনোৱ| বন্ধুৰ হাতত দি পঠাইছে । কাকত খন মেলি দ্বেখে--তাত কেৱল এই খিনিহে লিখা আছিল,--জেৰাৰ্ডৰ ঘৈণীয়েক মার্গেবেটৰ বাবে এই ধন | মার্গেবেটে কাকতখন বাৰ বাৰ পঢ়ি চুমা খালে--শেহত অতি যতনেৰে বুকুৰ মাজত Ne থলে । * ত ৰ * দিন যাবলৈ ধৰিলে । মার্গেৰেটেও প্রত্যেক দুমাহে gas এনেকৈ কিছু কিছু ধন পাবলৈ ধৰিলে; কিন্তু সেই ধন কৰ পৰা কেনেকৈ আহে, তাৰ একো গম নাপালে | তেওঁ মনৰ সন্দেহ গুচাবৰ উদ্দেশ্যে মার্গেবেট ভান্‌ আইক আৰু কেথেব্ণইতক স্থুখিলে গৈ; তেওঁলোকেও একো কব নোরার্বো বুলি কলে । তেওঁৰ অন্তৰত যি বাজিছিল সেয়ে ঠিক__জেবার্ড আহিল ! = * ক ক এনেকৈ কিছুদিন যোৱাৰ পিচত বুদ্ধ পিটাৰৰ সামান্য জ্বৰ-কাহ আৰম্ভ হ’ল । দিনে দিনে তেওঁৰ শৰীৰ দুৰ্ব্বল আৰু শক্তিহীন হৈ আহিল 1 এদিন গধূলি কেথেৰিণ আৰু মাৰ্গেৰেটক ওচৰলৈ মাতি আনি কলেমা মার্গেবেট,