১৪৫ > মিলন-সন্দিৰ
ত্ছুপবি সমস্ত পৰিয়ালৰ জীবিকার্থে ধুবুনীৰ কাম কৰিব লাগিছিল | কিন্তু এতিয়া সেই স্বুবিধ৷ গুচিল, কাৰণ কেচুৱা জেবার্ডক ঘৰত বখাই এটা প্রধান কাম হৈ Ba কেতিয়াবা বদ্ধ পিটাবৰ কোলাত জেবার্ডক স্বুমাই থৈ মার্টিনক কাপোৰৰ বোজাটো দি কাপোৰ ধুবলৈ বায়, কেতিয়াব| aie ace সেই Sa দি নিজে অকলে অকলে যায়গৈ |
এনেকৈ কিছুদিন যোৱাৰ পিহত বৃদ্ধ সৈনিক মাৰ্টিনৰ অৰ হ’ল আৰু সেই Bars বেচেবাৰ মৃত্যু হ’ল। মার্গেবেটে হুক্ হুক্ কবি কান্দি পেলালে । বেচেৰীৰ যে সহায়-সাৰথি বোৰ এজন এজনকৈ আতৰি যাব ধৰিলে! কিছুদিন বৰ কষ্টেৰে কটোৱাৰ পিহত লিউক পিটাৰ্ছন নামেৰে ডেকা aa এজন মার্গেবেটৰ হাতৰ সহায়-সাৰথি হ'লহি ৷
- *
জোবিয়ান কেটেলব ঘৈণীয়েক জোৱান সদায় মার্গেবেটৰ ওচৰলৈ আহে আক gral কথাবার্ত! কৈ হাহি ধেমালি কৰেহি | এদিন ছুয়ো জেবাড'ক নচুৱাই নচুৱাই ধেমালি কৰি আছে, এনেতে ডেনমাৰ্কৰ কাপোৰ বেপাবী এজনে খবৰ কলেহি;-- তেওঁলোকে হেনো ৰোম নগৰত মিঠাৰ জেবার্ডক লগ নাপালে আৰু মান্ুইবোবক তাত জেবাড" নামেৰে কোনোৱা ডেকা চিত্ৰকৰ এজন আছেনে নাই সোধাত কোনোৱে কব নোৱাৰে বুলি কলে । এই খবৰ শুনি মার্গেৰটৰ অন্তৰ ভাগি গ'ল।
অহাৰ কথ| দূৰৈত থাকক, ইমান দিনে চিঠি এখনকে যে ১০