১৩৯ মিপন-মন্দিৰ
কথা শেষ কৰি মানুজনে জেবার্ড। ফালে ৰ লাগি চাবলৈ ধৰিলে; কিন্তু can কোনো উত্তৰ fale নীৰৱ থাকিল।
সি জেবার্ডৰ মনৰ ভাব বুজি কলে,--চিগনৰ জেবার্ড | তুমি তেনে টোপনি যোৱা, মই এতিয়া আহোহে |
মানুহজন হাতত সাবে, ভৰিত সাৰে ওলাই গুচি গ'লগৈ।
জেৰার্ডৰ মনত নানা ভাবৰ উদয় হ’ল। তেওঁৰ মনত সংসাৰ অসাৰ যেন লাগিল । সেই সপোনৰ কথা মনত পৰিল--পৃথিৱী অন্ধকাৰ যেন লাগিল | মার্গেবেটৰ পুতি মৰম বেথা লোপ পাল; ভাবিলে--এইবোৰ সমস্ত মায়াৰ বান্ধোন ছিঃ হিঃ । আকৌ নিজে নিজে কৈ উঠিল,--এজন নৰ- হত্যাকাৰীৰ হাতত মোৰ প্রাণ ৰক্ষ৷ | ইও দ্ৰশ্বৰৰ ইচ্ছা নহয়নে ? আহা ! গিজ্জাক মই অৱহেল৷ কৰিছে৷--সেয়েহে মোৰ এই গতি ! প্রায়শ্চিন্ত ! প্ৰায়শ্চিত্ত [ বাক 1 * *
জেবার্ডে ঈশ্বৰব নাম জপিম বুলি বহুবাৰ চেষ্টা কৰিলে, কিন্ত নোৱাৰিলে। নিজে নিজে আকৌ, কবলৈ ধৰিলে+_উ* নৰকতে তল গলে AY, ঘোৰ নাৰকী মই! AY, ক্ষমা কৰা জ্ঞানহীন মূৰুখ জনক |
জেৰাডে ভাবনা সাগৰত পৰি ককৃবক কৰিবলৈ ধৰিলো | এনে সময়তে ওচৰৰ গি্জাৰ পৰা পঞ্চম Beara গোর! সুমধুৰ সুললিত গীত এটিৰ এক্যতান তেওঁৰ কাণিত পৰিলহি। তেওঁ সেই পিনে কাণ পাতি একান্ত মনে গীত শুনিবলৈ ধ্বিলে। CRIS” সেই গীত শুনি মুগ্ধ হ’ল--শুই থাকিব