সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৭ মিলন-মন্দিৰ

ঈশ্ববে সকলে! অপৰাধ ক্ষমা কৰি সেই দান আকৌ তোমাকেই অপিলে। এবাৰ ভাবি চোর",তুমি সংসাৰৰ অনুপযুক্ত। এতিয়| ধৰ্ম্মমন্দিৰ গিৰ্জ্জালৈ যোব্রাগৈ। গিৰ্জ্জাই আত্মাৰ মুক্তি। শান্তি! fey শান্তি!!!

ফাদাৰ জেৰোম ওলাই গ’ল। জেবার্ডে সেইপিনে এইবোৰ ভাবি ভাবি তন্দ্ৰাভিভূত হ'ল ! কিছু সময়ৰ পাছত জেবার্ডে চকুমেলি দেখে যে এজন সাধাৰণ মানুহে তেওঁৰ সেৱ| শুজ্রষা কৰিছে। মানুহজনে সুধিলে,গা এতিয়া কেনে পাইছে ?

-- ভয়ানক দুৰ্ব্বল |

জেৰাৰ্ডে কথাষাৰ কৈয়ে মানুহজনৰ ফালে ৰ লাগি চাবলৈ ধুৰিলে। তেওঁ তাক স্মুধিলে,-- বন্ধু, মই তোমাক কৰবাত দেখ। যেন পাওঁ, মোক তুনি চিনি পোরানে ?

মানুহজনে কলে,-- মাননীয় CORE | টাইবৰৰ পাৰৰ কথা মনত পৰেনে? ময়ে তোমাক সেই অঠাই পানীৰ পৰা তুলি আনি ইয়াত থৈছে হি i

জেবার্ডে লাজ, Tt আৰু খঙতে তলমূৰ কৰিলে। পিছ মুহূৰ্ত্ততে কৈ উঠিল,--কি ? এজন সামান্য নবঘাতকৰ হাতত মোৰ প্রাণ ৰক্ষা পৰিছে! তুমি কোন !

__চিগনব গ্বোর্ড | ক্ষমা কৰিব| | তুমি যি গৰ|ক] মহিল!ক স৷গৰৰপৰ! কেঁচুৱাটিৰে সৈতে উদ্ধাৰ কৰিছিল৷, সিহঁতৰ জীবন ৰক্ষ! কৰিছিল|, সেই ঢেৰেছোই মোৰ তিৰোত|। তাই মোক