সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-সন্দিন ১৩৬

_-নহয় আই, তেওঁ মোক এতিয়াই “মার্গে'ৰট” বুলি উত্তৰ দিলে |

--দুৰ পোৰা-কপালি, তেনে কথা হব পাবে জানো ?

_ নহয় আই, মোৰে শপত, এই সোণামুৱা মুখখন দেখি- বলৈ নাপাম* মই সচাকৈয়ে শুনিছে|--“মার্গেৰেট” । কিন্ত ই স্থখৰ সাম্বাধন যেন নালাগিল--কিবা যেন বিপদত পৰিহে প্ৰিয় গেৰাডে এই দৰে মোক মাতিছে |

ছুয়ো aa | সেই ৰাতিতে জেবার্ডে ‘মাৰ্গেৰেট’ বুলি টাইবৰৰ অঠাই পানীত বুৰ দিয়ে ৷

পিছদিনা বাঁতিপুরা জেবা্ড ডমিনিকান fase এটাত অকলে পৰি আছে | কেৱল অলপ আঁতৰত এজন ভীমকায় জ্রায্ধাৰে বাইবেলৰ মহ|-মন্ত্ৰ জপি বহি আছে । জৈৰা্ডে একোবাৰ তেওঁৰ ফালে চকু মেলি চায় আৰু কাণপাতি কিবা শুনিবৰ চেষ্টা কৰে, একোবাৰ বা চকুমুদি কিবা কিবি ভাবে আক নিজে face ক্ষিবাবোৰ বকে । ফ্রায়াৰ জনে হঠাৎ উঠি বলে,_বেলি হ’ল ; প্রভাত আৰ্তি কৰিবৰ সময় হৈছে | যাওহে এতিয়া ৷

জেৰাডে” চকখাই উঠি কলে,_ফাদাৰ জেঝোম, মোক অবলে এবি থৈ কলৈ যায়? মোক ইয়ালৈ কোনে আনিলে ?

ফাদাৰ জেবৌমে উত্তৰ দিগ'ল-জেবা! সকলো মহা" প্রভু যীশুৰ ইচ্ছা । তোমাকো৷ তেৱেঁই ইয়ালৈ আনিছে। তুমি ঈশ্ববব দান অবহেলা কৰি দলিয়াই পেলালা, কিন্ত